১০ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2 নং শাৰী:
 
==ঘটনাৱলী==
* ১৮৯৩ - [[ৰুডলফ ডিজেল]]ৰ দ্বাৰা প্ৰথমটো ডিজেল চালিত ইঞ্জিন প্ৰদৰ্শিত হৈছিলে।
* ১৯৭৭ - [[আছফ হ’ল]]ৰ দ্বাৰা [[মংগল গ্ৰহ]]ৰ উপগ্ৰহ ‘‘ডেইমছ’’ আৱিষ্কৃত হৈছিল চনৰ এই দিনটোতে।
* ১৯৭৯ - ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপক যান SLV-3 শ্ৰীহৰিকোটাৰপৰা পুৱা ৭-৫৮ বজাত উৎক্ষেপন কৰা হয়। পৰীক্ষামূলকভাৱে নিৰ্মিত এই যানৰ দৈৰ্ঘ্য ২২ মিটাৰ আৰু ওজন ১৭ টন। উল্লেখ্য যে উৎক্ষেপণৰ ৫ মিনিট ১৫ ছেকেণ্ডৰ পিছতে ই ধ্বংসপ্ৰাপ্ত হয়।
 
==জন্ম ==
"https://as.wikipedia.org/wiki/১০_আগষ্ট"ৰ পৰা অনা হৈছে