১০ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

7 নং শাৰী:
 
==জন্ম ==
* ১৭৮২ - চাৰ্লছ জেমছ নেপিয়াৰ, ইংৰাজ সৈনিক, বোম্বাই আৰ্মীৰ সেনাপতি আৰু সিন্ধৰ গৱৰ্ণৰ আছিল।
* ১৮১৪ - হেনৰী নেষ্টলেই, জাৰ্মনী আৰু চুইজাৰলেণ্ডৰ উদ্য়োগপতি, বিশ্বৰ বৃহৎ খাদ্য় আৰু পানীয় কোম্পানী নেষ্টলেইৰ (Nestle) প্ৰতিষ্ঠাতা।
* ১৮৬০ - ভাৰতীয় সংগীতত নৱযুগৰ সূচনা কৰোঁতা [[বিষ্ণু নাৰায়ণ ভাটখাণ্ডে]]ৰ জন্ম হয়।
* ১৮৭০ - ইংৰাজ পদাৰ্থ বিজ্ঞানী [[আৰ্নেষ্ট ৰাডাৰফোৰ্ড]]ৰ জন্ম হয়। তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল লাভ কৰিছিল ১৯০৮ চনত।
* ১৮৯৪ - ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি ভাৰত-ৰত্ন [[বৰাহগিৰি বেংকটগিৰি]]ৰ জন্ম হৈছিল।
* ১৯৬৩ - ভাৰতীয় লোকসভাৰ সাংসদ; একালৰ দস্যু ৰাণী [[ফুলন দেৱী]]ৰ জন্ম হৈছিল।
 
"https://as.wikipedia.org/wiki/১০_আগষ্ট"ৰ পৰা অনা হৈছে