ভ্ৰাম্যমাণ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
বানান শুদ্ধ
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
'''ভ্ৰাম্যমাণ থিয়েটাৰ''' মূলতঃ নাট্য পৰিবেশনৰ এক মাধ্যম। এখন ঠাইৰপৰা আন এখন ঠাইলৈ নাটক প্ৰদৰ্শন কৰি ফুৰি কৰাটোৱেই ভ্ৰাম্যমাণৰ মূল চিনাকি হ'লেও [[যাত্ৰা]] বা অন্যান্য ভ্ৰমণকাৰী নাট্য দলৰ লগত ইয়াৰ কেইটামান উল্লেখনীয় পাৰ্থক্য আছে। নাটকৰ লগত জড়িত অভিনেতা-অভিনেত্ৰী, কলা-কুশলীৰ লগতে সমগ্ৰ মঞ্চ, পেক্ষাগৃহ আৰু দৰ্শকৰ বাবে চকী আদিও ভ্ৰাম্যমাণ থিয়েটাৰে নিজেই মজুত ৰাখি পৰিবহণ কৰে। ভ্ৰাম্যমাণৰ সামগ্ৰিক পৰিচালনা চাৰ্কাচ দলৰ লগতহে ৰিজাব পাৰি।{{cn}} ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে অনুষ্ঠান অসমৰ বাহিৰে পৃথিৱীৰ কোনো অংশতে পোৱা নাযায় বুলি কোৱা হয়।{{cn}} বৰ্তমান অসমত কেবাটাওকেইবাটাও ভ্ৰাম্যমাণ থিয়েটাৰৰ দলে বছৰি নাট্য প্ৰদৰ্শন কৰি ফুৰিছে।
 
==ভ্ৰাম্যমাণৰ জন্ম==