চল বেলো: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{infobox writer
| name =
| image =
| imagesize = 200px
| alt =
| caption =
| pseudonym =
| birth_name =
| Parents_name =
| birth_date = ১০ জুলাই,১৯১৫
| birth_place = কিউবেকৰ (কানাডা) লেচিনত
| death_date =
| death_place =
| occupation =
| nationality = [[আমেৰিকান]]
| ethnicity =
| citizenship =
| language =
| education =
| alma_mater =
| period =
| genre =
| genre subject =
| subject movement =
| movement notableworks =
| notableworks =
| notableworks partner =
| partner children =
| children relatives =
| relatives influences =
| influences influenced =
| influenced awards =
| signature =
| awards =
| signature =
| signature_alt =
| website =
}}
 
'''চল বেলো''' ({{lang-en|SAUL BELLOW}}) হৈছে আমেৰিকাৰ এগৰাকী শ্ৰেষ্ঠ ঔপন্যাসিক।
 
==জন্ম আৰু বংশ পৰিচয়==
চল বেলোৰ জন্ম হয় ১৯১৫ চনৰ ১০ জুলাইত কিউবেকৰ(কানাডা) লেচিন নামৰ ঠাইত। <ref> কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৮৫ </ref> তেওঁৰ পিতৃৰ নাম আব্ৰাহাম আৰু মাতৃৰ নাম লিজা।
 
==শিক্ষা==
#১৯৩৩ চনত চিকাগো বিশ্ববিদ্যালয়ত ভৰ্ত্তি হয়। তাত দুবছৰ পঢ়ি নৰ্থ ওৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়লৈ গুচি যায়।
#১৯৩৭ চনত সমাজবিদ্যা আৰু নৃতত্ত্ব চূড়ান্ত ডিগ্ৰী লয়। <ref> কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৮৫ </ref>
 
==কৰ্মজীৱন==
বেলো এনচাইক্লোপিডিয়া অব ব্রিটানিকাৰব্ৰিটানিকাৰ সম্পাদকীয় দপ্তৰৰো এজন সদস্য আছিল।
 
==সাহিত্যৰাজি==
52 নং শাৰী:
#ডাংলিং মেন (১৯৪৪)
#দা ৱিকটিম (১৯৪৭)
#চেইজে দা ডে (১৯৫৯)
#হাজোৰ্গ (১৯৬৪)
#হেন্দাৰচন দি ৰেইন কিং (১৯৫৯)
67 নং শাৰী:
 
==বঁটা আৰু সন্মান==
#১৯৫৪ চনত কল্পকাহিনীৰ ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা লাভ কৰে।
#১৯৬৫ চনত কল্পকাহিনীৰ ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা লাভ কৰে।
#১৯৭১ চনত কল্পকাহিনীৰ ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা লাভ কৰে।
#১৯৭৬ চনত চল বেলোই সাহিত্যত নোবেল বঁটা লাভ কৰে।
#১৯৭৬ চনত সাহিত্যকমৰ বাবে বেলোকে পুলিৎজাৰ বঁটা লাভ কৰে।
#১৯৮৮ চনত ৰাষ্ট্ৰীয় কলা পদক লাভ কৰিবলৈ সক্ষম হয়।
#১৯৯০ চনত আমেৰিকান চিঠিলৈ বিশিষ্ট অৱদানৰ বাবে নেচনেল বুক ফাউণ্ডেচনৰ জীৱনজোৰা পদক লাভ কৰে।
#১৯৯৭ চনত ৰাষ্ট্ৰীয় ইহুদী বঁটা লাভ কৰে।
#২০১০ চনত চিকাগো লিতাৰেৰী হল অফ ফেমত অন্তৰ্ভুক্ত কৰা হৈছে।<ref> https://en.wikipedia.org/wiki/Saul_Bellow </ref>
 
"https://as.wikipedia.org/wiki/চল_বেলো"ৰ পৰা অনা হৈছে