অৰ্পণা কোঁৱৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
(edited with ProveIt)
36 নং শাৰী:
}}
 
'''অৰ্পণা কোঁৱৰ''' ({{lang-en|Arpana Konwar}}) হৈছে এগৰাকী অসমীয়া লেখিকা,ভাষা গৱেষক, অধ্যাপক। তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ সন্মানীয় অধ্যাপক আৰু Faculty of Humanities and Law বিভাগৰ ‘ডীন’ হিচাপে কৰ্মৰত৷<ref name="ভাষাৰ ইতিবৃত্ত">{{cite book | title=অৰ্পণা কোঁৱৰ | publisher=বনলতা | year=২০১২ | location=গুৱাহাটী}}</ref>
 
==জন্ম আৰু বংশ পৰিচয়==
44 নং শাৰী:
 
==চাকৰি জীৱন==
কোঁৱৰে প্ৰথমে কামৰূপ কলেজৰ অধ্যাপক (নগাঁও, ১৯৮২ৰপৰা নৱেম্বৰলৈকে) হিচাপে চাকৰি জীৱনৰ পাতনি মেলে৷ তাৰ ফলত আমগুৰি কলেজৰ অধ্যাপক (শিৱসাগৰ, ১৯৮২ নচৰপৰা ১৯৮৮ চনলৈকে) হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে৷ পৰৱৰ্তী সময়ত ক্ৰমে- শিৱসাগৰ কলেজৰ অধ্যাপক (১৯৮৮ চনৰপৰা ১৯৯৩ চনলৈকে), ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক (১৯৯৩ চনৰপৰা ১৯৯৫ চনলৈকে), ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰিডাৰ (১৯৯৫ চনৰপৰা ২০০৫ চনলৈকে), ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰ দায়িত্বগ্ৰহণ (২০০৩ চনৰপৰা ২০০৬, ২০১১ চনৰপৰা ২০১৪ চনলৈকে), সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ অধ্যাপক (২০১৯ বৰ্ষৰপৰা সাম্প্ৰতিক সময়লৈকে)আৰু Humanities & Lawৰ ‘ডীন’ হিচাপে দায়িত্বগ্ৰহণ (২০২০ বৰ্ষৰপৰা সাম্প্ৰতিক সময়লৈকে) কৰি আহিছে৷<ref name="ভাষাৰ ইতিবৃত্ত">{{cite book | title=অৰ্পণা কোঁৱৰ | publisher=বনলতা | year=২০১২ | location=গুৱাহাটী}}</ref>
 
==সাহিত্যৰাজি==
55 নং শাৰী:
===ইংৰাজী গ্ৰন্থ===
[[Karbi : The People and the Language]] ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমীয়া বিভাগ, মাৰ্চ, ২০০৩,
[[Journal of the Dept. of Assamese]] (সম্পা.)ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমীয়া বিভাগ, এপ্ৰিল, ২০০৪,<ref>https://dibru.ac.in/journals/</ref>
[[Vocabulary, Tangsa Work Book]] অফটাছ প্ৰকাশন, ২০১৪,
[[Multilingual Dictionary Assamese-English-Boro-Mising]], এবিলাক, গুৱাহাটী, ২০১৭,