জয়া সেনাপতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{সম্পাদনা দ্বন্দ}}
{{infobox writer
| name = জয়া সেনাপতি
| image = জয়া সেনাপতি.jpeg
| imagesize = 200px
| alt =
Line 38 ⟶ 37:
 
'''জয়া সোনাপতি''' ({{lang-en|Joya Senapati}}) হৈছে এগৰাকী অসমীয়া লেখিকা। তেখেত ‘অসম লেখিকা সংস্থা’ৰ সম্পাদক আছিল৷ সেইদৰে অসম লেখিকা সংস্থাৰ নাওবৈচা শাখা সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আছিল৷<ref>প্ৰবন্ধ সুষমা, প্ৰকাশক- দ্ৰোণ হাজৰিকা, বেটুপাত, ২০১৭</ref>
বৰ্তমান সময়ত তেখেত লখিমপুৰ জিলা লেখিকা সংস্থাৰ কাৰ্যকৰী সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ তেখেত [[লখিমপুৰ]] জিলাৰ এগৰাকী আগশাৰীৰ সমাজ-সাহিত্য সংগঠক৷<ref>সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজীৱন সদস্যৰ কোষ, প্ৰথম প্ৰকাশ, ২০১৮, গুৱাহাটী, পৃষ্ঠা-৫৩ </ref>
 
==জন্ম আৰু বংশ পৰিচয়==
Line 44 ⟶ 43:
 
==শিক্ষা==
তেখেতে প্ৰাথমিক শিক্ষা লাভ কৰে লথৌ বুনিয়াদী বিদ্যালয়ৰপৰা৷ পৰৱৰ্তী সময়ত উত্তৰ লখিমপুৰ বালিকা উচচ ইংৰাজী বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়৷ উত্তৰ[[নৰ্থ লখিমপুৰ কলেজতকলেজ]]ত অসমীয়া বিষয়ত স্নাতক শিক্ষা গ্ৰহণ কৰে আৰু [[ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰাবিশ্ববিদ্যালয়]]ৰপৰা স্নাতকোত্তৰ শিক্ষা লাভ কৰে৷<ref>প্ৰবন্ধ সুষমা, প্ৰকাশক- দ্ৰোণ হাজৰিকা, বেটুপাত, ২০১৭</ref>
 
==চাকৰি জীৱন==