কেশৱ কায়স্থ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{সম্পাদনা দ্বন্দ}} {{infobox writer | name Keshav kayastha | image = | imagesize = 200px | alt = | caption = | pseudonym = | birth_name = | Parents_name = | birth_date = {{birth date|-|-|-}} | birth_place = অসম | death_date = | death_place = | occupation = | nationality = ভাৰতীয় | ethnicity = | citizenship = ভ...
 
No edit summary
39 নং শাৰী:
'''কেশৱ কায়স্থ''' ({{ইংৰাজী: Keshav kayastha}}) হৈছে এগৰাকী অসমীয়া সাহিত্যিক ৷
 
==বংশ আৰু পৰিচয়==
কেশৱ কায়স্থ আছিল শংকৰদেৱৰ ভায়েক বনগঞাগিৰি অথবা ৰামৰায়ৰ নাতি।
 
==সাহিত্যৰাজি==
==সাহিত্যৰাজি== কেশৱ কায়স্থই ভাগৱতৰ সপ্তম স্কন্ধ আৰু নৱম স্কন্ধ অনুবাদ কৰে। নৱম স্কন্ধত সুকন্যাৰ আখ্যান,দুৰ্বাসা অম্বৰীশৰ কথা, ইক্ষাকু বংশৰ কাহিনী, কাৰ্তবীৰ্যাঅৰ্জুনৰ কীৰ্তিকলাপ,যযাতি দেৱযানীৰ আখ্যান আদি ভালেখিনি কথা-কাহিনী পোৱা যায়।<ref>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,সম্পা: ড° সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮, পৃষ্ঠা নং: ১৭৯,১৮০</ref> কেশৱ কায়স্থ পাণ্ডিত্য আৰু দুয়োটা গুণেৰে অধিকাৰি আছিল।
 
===সম্পাদিত গ্ৰন্থ===
===সম্পাদিত গ্ৰন্থ=== কেশৱ কায়স্থই অষ্টম স্কন্ধৰ 'গ্ৰাহগজেন্দ্ৰ উপাখ্যান' ৰচনা কৰাৰ উল্লেখ পোৱা যায়। এওঁ খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ শেষাৰ্ধত উক্ত পুথিকেইখন ৰচনা কৰে।<ref>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সম্পা: ড° সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮, পৃষ্ঠা নং: ১৮০</ref>
 
�������������
== তথ্যসূত্ৰ ==