ডেল কাৰ্নেগী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
 
21 নং শাৰী:
}}
 
'''ডেল কাৰ্নেগী''' ({{lang-en|Dale Carnegie}}, ২৪ নৱেম্বৰ, ১৮৮৮ – ১ নৱেম্বৰ, ১৯৫৫) [[যুক্তৰাষ্ট্ৰ|আমেৰিকা যুক্তৰাষ্ট্ৰৰ]] এগৰাকী লেখক আৰু প্ৰবক্তা আছিল। তেওঁ আত্ম-উন্নয়ন, বিক্ৰয়গুণ, কৰ্পোৰেট প্ৰশিক্ষণ, ৰাজহুৱা কথন আৰু আন্তঃ-ব্যক্তিগত দক্ষতা আদি বিষয়ক পাঠ্যক্ৰমসমূহৰ বিকাশ ঘটাইছিল। মিছৌৰীৰ জন্ম গ্ৰহণ কৰা কাৰ্নেগীয়ে সাম্প্ৰতিক কালতো জনপ্ৰিয় ''হাও টু ৱিন ফ্ৰেণ্ডছ এণ্ড ইনফ্লুৱেঞ্চ পিপল'' (১৯৩৬) শীৰ্ষক গ্ৰন্থৰ ৰচনা কৰিছিল। ''হাও টু ষ্টপ ভেৰিং এণ্ড ষ্টাৰ্ট লিভিং'' (১৯৪৮), ''লিংকন দ্য আননওন'' (১৯৩২) আদি তেওঁৰ আন কেইখনমান গ্ৰন্থ।<ref>{{Cite web|title=Books by Dale Carnegie (Author of How to Win Friends and Influence People)|url=https://www.goodreads.com/author/list/3317.Dale_Carnegie|access-date=2021-03-24|website=www.goodreads.com}}</ref> আনৰ প্ৰতি নিজৰ আচৰণ সলনি কৰি তেওঁলোকৰ আচৰণ সলনি কৰা যে সম্ভৱ সেই কথা আছিল তেওঁৰ গ্ৰন্থসমূহৰ এক মূল উপজীৱ্য।
 
আনৰ প্ৰতি নিজৰ আচৰণ সলনি কৰি তেওঁলোকৰ আচৰণ সলনি কৰা যে সম্ভৱ সেই কথা আছিল তেওঁৰ গ্ৰন্থসমূহৰ এক মূল উপজীৱ্য।
== জন্ম আৰু বংশ পৰিচয় ==
২৪ নৱেম্বৰ, ১৮৮৮ চনত তেখেতৰ জন্ম হয়। পিতৃৰ নাম জেমছ কাৰ্নেগী আৰু মাতৃৰ নাম আমাণ্ডা এলিজাবেথ হাৰ বিচ্চন (১৮৫৮-১৯৩৯)।<ref>{{Cite web |url=https://www.britannica.com/biography/Dale-Carnegie |title=Dale Carnegie, American author and lecturer |website=Encyclopedia Britannica |access-date=2019-08-19}}</ref>
Line 35 ⟶ 34:
 
== সাহিত্যৰাজি ==
 
* ১৯১৫: আৰ্ট অৱ পাব্লিক স্পীকিং,জোচেফ বাৰ্গ এচেনৱেইনৰ সৈতে।
* ১৯২০: Public Speaking:the standard course of the United Y.M.C.A Schools
Line 48 ⟶ 46:
* ১৯৫৯: Carnegie's Scrapbook:a Treasury of the Wisdom of Ages, ডৰথী কাৰ্নেগীৰ দ্বাৰা সম্পাদিত ডেল কাৰ্নেগীৰ লিখনিৰ এটা বাছনি।
* ১৯৬২: The Quick and easy way to effective Speaking<ref>https://catalog.loc.gov/vwebv/search?searchCode=LCCN&searchArg=59013131&searchType=1&permalink=y&__cf_chl_jschl_tk__=pmd_Y7pOBjAL.n.wDTQLk7RMuSXuEkGp3y4HJGWFj9MHOss-1631462096-0-gqNtZGzNAmWjcnBszQdl</ref>
 
==তথ্যসূত্ৰ==
{{reflist}}