জৰ্জ ছান্তায়ানা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
39 নং শাৰী:
 
==জন্ম আৰু বংশ পৰিচয়==
এক স্পনিচ পৰিয়ালত ১৮৬৩ চনৰ ডিচেম্বৰ মাহত মাদ্ৰিদ চহৰৰ জৰ্জ ছান্তায়ানাৰ জন্ম হয়। জন্মত আছিল তেওঁ কেথুলিক আৰু স্পেনিচ । শিক্ষাত আছিল সংস্কাৰ বাদী আৰু আমেৰিকান। এজন আধা আমেৰিকান বুলি খ্যাত ছান্তায়ানাই কিন্তু জীৱনৰ শেষ দিনলৈ স্পেইন দেশীয় নাগৰিকত্বৰ চিনাকি কঢ়িয়াই লৈ ফুৰিছিল । প্ৰকৃততে আমেৰিকাৰ সৈতে তেঁওৰ দুই ফালৰ পৰা তেজৰ সম্বন্ধ আছিল। তেওঁৰ সতিয়া ভাই ভনী বোৰেই কেৱল আমেৰিকান নাছিল।মাকৰ ফালৰ ককাক স্পেইন পৰা ক্ৰমশ স্কটলেণ্ড হৈ আহি আমেৰিকাৰ ভাৰ্জিনিয়াত নিগাজিকৈ থাকিবলৈ লৈছিল । ভাৰ্জিনিয়াতে মাকৰ শৈশৱ কাল পাৰ হৈছিল। দুটা বিভক্ত পৰিয়ালৰ কৰুণ স্মৃতিৰে জৰ্জৰ শৈশৱকাল বিজড়িত।<ref>বিশ্ব সাহিত্যত বৰেণ্য প্ৰতিভা : অনন্য সৃষ্টি
জৰ্জ ছান্তায়ানা -(বিনন্দি ৰাম দাস)- প্ৰথম প্ৰকাশ : নৱেম্বৰ , ২০০২</ref>
 
==শিক্ষা==