১০ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

25 নং শাৰী:
* ১৯ - [[জাৰ্মানিকাছ]], ৰোমান সেনাপতি। (জঃ ১৫ খ্ৰীষ্টপূৰ্ব)
* ১৬৫৯ - [[এবেল তাচমান]], ডাচ নাৱিক আৰু অভিযাত্ৰী (তাচমেনিয়া, নিউজিলেণ্ড আৰু ফিজি দেখা প্ৰথম ইউৰোপীয়ান), প্ৰায় ৫৫ বছৰ বয়সত মৃত্যু বৰণ কৰে।
* ১৯২৯ - [[এলিজা মেককয়]], কানাডিয়ান-আমেৰিকান উদ্ভাৱক আৰু অভিযন্তা (৫৭ টা পেটেন্ট আছিল), ৮৬ বছৰ বয়সত মৃত্যু হয়।
* ১৯৬৪ - [[গুৰু দত্ত]], প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা।
* ১৯৯৭ - [[মাইকেল জে এছ দেৱাৰ]], ভাৰতত জন্ম হোৱা আমেৰিকান তাত্ত্বিক ৰসায়নবিদ, যি ''দেৱাৰ-চেট-ডানকানচন মডেল'' বিকশিত কৰিছিল। (জঃ ১৯১৮)