১০ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

30 নং শাৰী:
* ১৯৯৭ - [[মাইকেল জে এছ দেৱাৰ]], ভাৰতত জন্ম হোৱা আমেৰিকান তাত্ত্বিক ৰসায়নবিদ, যি ''দেৱাৰ-চেট-ডানকানচন মডেল'' বিকশিত কৰিছিল। (জঃ ১৯১৮)
* ২০০০ - [[শ্ৰীমাভো বন্দৰনায়ক]], শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী, তেখেত বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আছিল।
* ২০০৪ - [[ক্ৰিষ্টোফাৰ ৰিভ]], আমেৰিকান অভিনেতা।
* ২০১১ - [[জগজিৎ সিং]], প্ৰসিদ্ধ গজল গায়ক।
* ২০১৫ - [[মনোৰমা]], ভাৰতীয় (তামিল) অভিনেত্ৰী।(জঃ ১৯৩৭)