১১ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

3 নং শাৰী:
==ঘটনাৱলী==
* ১৬৩৪ - নৰ্থ ফ্ৰিজলেণ্ড, ডেনমাৰ্ক আৰু জাৰ্মানীত হোৱা বুৰ্চাৰ্ডি বানপানীৰ ফলত প্ৰায় ১৫,০০০ লোকৰ মৃত্যু হয়।
* ১৭৩৭ - গ্ৰেট বেংগল ঘূৰ্ণীবতাহে ভাৰতত ৩,০০,০০০ লোকৰ মৃত্যু ঘটাইছিল আৰু কলিকতাৰ আধা অংশ ধ্বংস কৰিছিল বুলি জনা যায়।
* ১৭৩৭ - কলকাতাত হোৱা প্ৰবল ভূমিকম্পৰ ফলত প্ৰায় তিনি লাখ লোকৰ মৃত্যু হয়।
* ১৯৫৮ - নাছাই পায়'নিয়াৰ ১ উৎক্ষেপণ কৰে, এইয়া নাছাক প্ৰথম মহাকাশ অভিযান যদিও ই এক স্থিৰ কক্ষপথ প্ৰাপ্ত কৰাত ব্যৰ্থ হয়।
* ১৯৬৮ - নাছাই এপ'লো ৭ উৎক্ষেপণ কৰে, এইয়া হৈছে প্ৰথম সফল মানৱ চালিত এপ'লো অভিযান।