১১ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

20 নং শাৰী:
 
==মৃত্যু==
* ১৮০৯ - [[মেৰিৱেডাৰ লুইছ]], আমেৰিকান অভিযাত্রীঅভিযাত্ৰী, সৈনিক আৰু প্ৰশাসক, তেওঁ লুইছ আৰু ক্লাৰ্ক অভিযানৰ নেতৃত্ব দিয়াত সহায় কৰিছিল।
* ১৮৮৯ - [[জেমছ প্ৰেছকট জুল]], ইংৰাজ পদাৰ্থবিদ।
* ১৯১৯ - [[কাৰ্ল এডলফ গেলেৰপ]] (Karl Adolph Gjellerup), ডেনমাৰ্কৰ কবি তথা ঔপন্যাসিক।
* ১৯৮৪ - [[খাণ্ডেৰাও ৰংনেকাৰ]], ভাৰতীয় টেষ্ট ক্ৰিকেটাৰ।
* ১৯৯৯ - [[জেমছ ফ্ৰেংকলিন হাইড]], আমেৰিকান বিজ্ঞানী, তেখেতে চিলিকা সৃষ্টি কৰিছিল
* ২০০২ - [[দীনা পাঠক]], ভাৰতীয় অভিনেত্ৰী৷অভিনেত্ৰী।
 
==ছুটী আৰু দিৱস==