১১ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

15 নং শাৰী:
* ১৮৮৪ - [[এনা এলেনোৰ ৰুজভেল্ট]], আমেৰিকান ৰাজনৈতিক ব্যক্তিত্ব, কূটনীতিবিদ আৰু সমাজকৰ্মী। (মৃত্যু: ৭ নৱেম্বৰ, ১৯৬২)
* ১৯০২ - [[জয়প্ৰকাশ নাৰায়ণ]], ভাৰতৰ সমাজবাদী ভাবাপন্ন ৰাজনৈতিক নেতা।
* ১৯২৩ - [[হৰিশ-চন্দ্ৰ]], ভাৰতীয়-আমেৰিকান গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী।
* ১৯৩০ - [[কে পি উম্মাৰ]], [[মালয়ালম]] চিনেমাৰ অভিনেতা।
* ১৯৪২ - [[অমিতাভ বচ্চন]], ভাৰতীয় চলচ্চিত্ৰৰ মেগা ষ্টাৰ।