অৰবিন্দ ত্ৰিবেদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
28 নং শাৰী:
}}
'''অৰবিন্দ ত্ৰিবেদী''' ({{lang-en|Arvind Trivedi}}; ৮ নৱেম্বৰ ১৯৩৮ – ৬ অক্টোবৰ ২০২১) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ ৪০ বছৰৰো অধিক কাল ধৰি গুজৰাটী চলচ্চিত্ৰত কাম কৰিছিল। [[ৰামানন্দ সাগৰ]]ৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক [[ৰামায়ণ (ধাৰাবাহিক)|ৰামায়ণ]]ত [[ৰাৱণ]]ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অধিক জনপ্ৰিয়তা অৰ্জন কৰিছিল৷<ref>{{cite web | url=https://economictimes.indiatimes.com/magazines/panache/actor-arvind-trivedi-the-ravana-in-ramayan-passes-away/articleshow/86800741.cms | title=Actor Arvind Trivedi, the Ravana in 'Ramayan', passes away; Modi pays tribute | publisher=[[The Economic Times]] | date=6 October 2021 | accessdate=6 October 2021}}</ref><ref name="tri">{{cite news|date=20 April 2003|title=Behind the scenes: Dress designers to actors & deities|work=[[The Tribune (Chandigarh)|The Tribune]]|url=http://www.tribuneindia.com/2003/20030420/spectrum/main5.htm|access-date=2 June 2013}}</ref> তেওঁ [[ভাৰতীয় জনতা পাৰ্টি]]ৰ সদস্য হিচাপে গুজৰাটৰ চাবৰকন্থাৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল।
 
== ৰাজনৈতিক কৰ্মজীৱন ==
১৯৯১ চনত অৰবিন্দ ত্ৰিবেদীয়ে [[ভাৰতীয় জনতা পাৰ্টি]]ৰ সদস্য হিচাপে চাবৰকন্থা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আৰু ১৯৯৬ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।
 
== স্বীকৃতি ==
গুজৰাট চৰকাৰে প্ৰদান কৰা গুজৰাটী চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনয়ৰ বাবে তেওঁ সাতটা বঁটা লাভ কৰিছিল।<ref name=":0" />
 
== চলচ্চিত্ৰপঞ্জী ==