মাখিবাহা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
23 নং শাৰী:
footnotes = |
}}
'''মাখিবাহা''' ({{lang-en|Makhibaha}}) [[অসম]]ৰ [[নলবাৰী]] জিলাৰ [[টিহু]] ৰাজহ চক্ৰৰচক্ৰ আৰু টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন ইতিহাস প্ৰসিদ্ধ, পুৰণি বৃহৎ গাঁও।<ref বিভিন্নname="vied">{{cite জাতিweb উপজাতিৰ| মিলনভূমিurl=https://www.viewvillage.in/district/nalbari-298 এই| গাঁওখনtitle=A সুদীৰ্ঘlittle ছশবছৰীয়াabout ইতিহাসেৰেTihu প্ৰসিদ্ধ।(pt) | publisher=www.viewvillage.in | accessdate=26 October 2021}}</ref><ref>[২০১৩ ইংৰাজী চনৰ মাখিবাহা সভা মহোৎসৱৰ সম্পাদকীয় প্ৰতিবেদন]</ref> গাঁওখনত চুবুৰীৰ সংখ্যা ২১ টা। জনসংখ্যা প্ৰায় ১৫,০০০। শিক্ষিতৰ হাৰ ৯০ শতাংশ। মাটিকালি প্ৰায় ২,২৪৩ বিঘা ১ কঠা ১৬ ১/২ লেচা। অতীতত এই অঞ্চলত অসংখ্য [[মৌ-মাখি]]ৰ বাঁহ আছিল বাবে ঠাইখনৰ নাম মাখিবাহা হৈছিল।
 
'''মাখিবাহা''' ({{lang-en|Makhibaha}}) [[অসম]]ৰ [[নলবাৰী]] জিলাৰ [[টিহু]] ৰাজহ চক্ৰৰ অন্তৰ্গত এখন বৃহৎ গাঁও। বিভিন্ন জাতি উপজাতিৰ মিলনভূমি এই গাঁওখন সুদীৰ্ঘ ছশবছৰীয়া ইতিহাসেৰে প্ৰসিদ্ধ।<ref>[২০১৩ ইংৰাজী চনৰ মাখিবাহা সভা মহোৎসৱৰ সম্পাদকীয় প্ৰতিবেদন]</ref> গাঁওখনত চুবুৰীৰ সংখ্যা ২১ টা। জনসংখ্যা প্ৰায় ১৫,০০০। শিক্ষিতৰ হাৰ ৯০ শতাংশ। মাটিকালি প্ৰায় ২,২৪৩ বিঘা ১ কঠা ১৬ ১/২ লেচা।
 
==ভৌগোলিক অৱস্থান==
Line 34 ⟶ 33:
*দক্ষিণে ভোজকুছি গাঁও
*পশ্চিমে কঁঠালমূঢ়া গাঁও
 
==নামৰ উৎপত্তি==
দূৰ অতীতত এই ভূখণ্ডত অসংখ্য [[মৌ-মাখি]]ৰ বাঁহ আছিল। সেইবাবেই ঠাইখনৰ নাম মাখিবাহা ৰখা হৈছিল।
 
==জন গাঁথনি==
 
==অৰ্থনীতি==
Line 85 ⟶ 79:
 
===মাখিবাহা সভা===
মাখিবাহা সভা মহোৎসৱ অসমৰ সকলোৰে জ্ঞাত এক বৃহৎ উৎসৱ। মাখিবাহা সভা মহোৎসবে মাখিবাহা গাঁৱখনক এক সুকীয়া স্বীকৃতি প্ৰদান কৰিছে।কৰা এই''মাখিবাহা সভা মহোৎসবেমহোৎসৱ'' গাঁৱখনতঅসমৰ মিলনৰসকলোৰে সম্প্ৰিতিজ্ঞাত এক বৃহৎ উৎসৱ। গঢ়িছে।নামবৰভাগনামবৰভাগ পৰগণাৰ চৌধুৰী লক্ষীনাৰায়ণৰ পুণ্য তিথিত তেখেতৰ পুত্ৰ গৌৰীনাৰায়ণ চৌধুৰীয়ে আনুমানিক ১৮৪০১৮৩৫ খ্ৰীঃত এই সভা মহোৎৱৰ পাতনি মেলিছিল। পিছত আনুমানিক ১৯৩৫ খ্ৰীঃত তেখেতৰ পৰিনাতি বলিনাৰায়ণ চৌধুৰীয়ে এই সভাৰ দায়িত্ব চৌধুৰীপাৰা চুবুৰীক অৰ্পণ কৰে। ১৯৪৭ খ্ৰীঃত চৌধুৰীপাৰা চুবুৰীয়ে এই সভাৰ দায়িত্ব মাখিবাহা ৰাইজক ন্যস্ত কৰে। গৌৰীনাৰায়ণ চৌধুৰীয়ে এই সভা পাতিছিল ফাগুন মাহৰ শুক্লা প্ৰতিপদ তিথিত। সেই পৰম্পৰাকে আধাৰ হিচাপে লৈ, মাখিবাহাবাসী ৰাইজে প্ৰতিবছৰে শুক্লা প্ৰতিপদ তিথিত হোম-যজ্ঞ, নাম-কীৰ্তন, ভাগৱত পাঠ আদি ধৰ্মীয় ৰীতিৰ লগতে অসমীয়া সমাজৰ সংস্কৃতি-সাহিত্যৰ বিভিন্ন দিশৰ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে এই সভা মহোৎসৱ উদযাপন কৰা হয়।<ref>{{cite web | url=https://janambhumi.in/VGtSRmVFMXFXVDA9/মাখিবাহা-সভা-মহোৎসৱ-উপলক্ষে--সংবাদমেল.html | title=মাখিবাহা সভা মহোৎসৱ উপলক্ষে সংবাদমেল | publisher=janambhumi.in | date=9 February 2020 | accessdate=26 October 2021}}</ref>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/মাখিবাহা"ৰ পৰা অনা হৈছে