মাখিবাহা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

79 নং শাৰী:
 
===মাখিবাহা সভা===
গাঁৱখনক এক সুকীয়া স্বীকৃতি প্ৰদান কৰা ''মাখিবাহা সভা মহোৎসৱ'' অসমৰ সকলোৰে জ্ঞাত এক বৃহৎ উৎসৱ। নামবৰভাগ পৰগণাৰ চৌধুৰী লক্ষীনাৰায়ণৰ পুণ্য তিথিত তেখেতৰ পুত্ৰ গৌৰীনাৰায়ণ চৌধুৰীয়ে ১৮৩৫ খ্ৰীঃত এই সভা মহোৎৱৰ পাতনি মেলিছিল। পিছত আনুমানিক ১৯৩৫ খ্ৰীঃত তেখেতৰ পৰিনাতি বলিনাৰায়ণ চৌধুৰীয়ে এই সভাৰ দায়িত্ব চৌধুৰীপাৰা চুবুৰীক অৰ্পণ কৰে। ১৯৪৭ খ্ৰীঃত চৌধুৰীপাৰা চুবুৰীয়ে এই সভাৰ দায়িত্ব মাখিবাহা ৰাইজক ন্যস্ত কৰে। গৌৰীনাৰায়ণ চৌধুৰীয়ে এই সভা পাতিছিল ফাগুন মাহৰ শুক্লা প্ৰতিপদ তিথিত। সেই পৰম্পৰাকে আধাৰ হিচাপে লৈ, মাখিবাহাবাসী ৰাইজে প্ৰতিবছৰে শুক্লা প্ৰতিপদ তিথিত হোম-যজ্ঞ, নাম-কীৰ্তন, ভাগৱত পাঠ আদি ধৰ্মীয় ৰীতিৰ লগতে অসমীয়া সমাজৰ সংস্কৃতি-সাহিত্যৰ বিভিন্ন দিশৰ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে এই সভা মহোৎসৱ উদযাপন কৰা হয়।কৰে৷<ref>{{cite web | url=https://janambhumi.in/VGtSRmVFMXFXVDA9/মাখিবাহা-সভা-মহোৎসৱ-উপলক্ষে--সংবাদমেল.html | title=মাখিবাহা সভা মহোৎসৱ উপলক্ষে সংবাদমেল | publisher=janambhumi.in | date=9 February 2020 | accessdate=26 October 2021}}</ref>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/মাখিবাহা"ৰ পৰা অনা হৈছে