কোষ (জীৱবিজ্ঞান): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

117.237.224.148 (আলোচনা)-ই কৰা 290033 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে৷ অসম্পূৰ্ণ বাক্য
টেগ্‌: Undo ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
76 নং শাৰী:
[[Image:Animal cell structure en.svg|thumb|275px|right|এটা আদৰ্শ [[প্ৰাণী কোষ]]ৰ গঠন]][[Image:Plant cell structure-en.svg|thumb|275px|right|এটা আদৰ্শ [[উদ্ভিদ কোষ]]ৰ গঠন]]
 
যিবোৰ [[জীৱ]]ৰ কোষত [[কোষকেন্দ্ৰ]]টো স্পষ্ট আৰু সুসংগঢিতসুসংগঠিত তাক সংকোষকেন্দ্ৰীয় কোষ বোলে। এইধৰণৰ কোষ প্ৰ'ট'জ'ৱা,[[ভেঁকুৰ]],বেছিভাগ [[শেলাই]],সকলো উন্নত প্ৰকাৰৰ [[উদ্ভিদ]] ,আৰু [[প্ৰাণী]]দেহত দেখা যায়। এইধৰণৰ কোষৰ সংগঠন পদ্ধতি জটিল।এই কোষ বিলাক সাধাৰণতে ডাঙৰ হয় (1-100mm)। ইহঁতৰ এডালতকৈ বেছি ক্ৰমজম থাকে । স্পষ্ট আৰু সুসংগঠিত কোষকেন্দ্ৰযুক্ত অৰ্থাৎ আদৰ্শ কোষকেন্দ্ৰযুক্ত [[জীৱ]]ক ইউকেৰিঅ'টছ(eukaryotes) বোলে। এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-
 
#এইধৰণৰ কোষত [[কোষকেন্দ্ৰ]]টো সুসংগঠিত অৰ্থাৎ [[কোষকেন্দ্ৰ]]ত কেন্দ্ৰাৱৰণ,অতিকেন্দ্ৰ,কোষকেন্দ্ৰ প্ৰৰস আৰু [[কোষকেন্দ্ৰ]] জালিকা থাকে।