অসম আন্দোলনৰ তথ্যকোষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
(edited with ProveIt)
23 নং শাৰী:
 
'''অসম আন্দোলনৰ তথ্যকোষ'''
অসম চুক্তি ৰূপায়ণ বিভাগ আৰু অসম চৰকাৰৰ দ্বাৰা প্ৰকাশিত দিগন্ত ওজাৰ দ্বাৰা সম্পাদিত এখন তথ্যকোষ৷<ref name="আমাৰ অসম">{{cite news | title=চিৰকাললৈ সংৰক্ষিত হ’ল অসম আন্দোলনৰ তথ্য | date=১৪, ১২,২০২১ | accessdate=15 December 2021 | author=আমাৰ অসমৰ বাতৰি | location=গুৱাহাটী | pages=১}}</ref> এই গ্ৰন্থখন ৬টা খণ্ডত প্ৰকাশিত৷ এই গ্ৰন্থৰ জৰিয়তে অসম আন্দোলনৰ সামগ্ৰিক খতিয়ান তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ আগ্ৰহ আৰু অসম চুক্তি ৰূপায়ণ বিভাগ, অসম চৰকাৰৰ উদ্যোগত ২০২০ চনৰ শেষভাগৰ পৰা গ্ৰন্থখনৰ কাম আৰম্ভ কৰা হয়৷<ref>https://timesofindia.indiatimes.com/city/guwahati/cm-lays-foundation-of-assam-agitation-martyrs-memorial-in-city/articleshow/79667408.cms</ref> ২০২০ বৰ্ষৰ ১০ ডিচেম্বৰত গ্ৰন্থখনৰ প্ৰথম খণ্ড ‘অসম আন্দোলনৰ তথ্যকোষ : উকমুকনিৰ পৰা উদ্গীৰণলৈ’ (১৯৭৮-১৯৮০) উন্মোচিত হয়৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৮২৪ পৃষ্ঠাৰ এই বৃহৎ কলেৱৰৰ কিতাপখন উন্মোচন কৰিছিল৷ প্ৰথমতে প্ৰকল্পিত তথ্যকোষ চাৰিটা খণ্ডত সামৰাৰ কথা আছিল যদিও পাছলৈ প্ৰাপ্ত তথ্যৰ আধাৰত ৬টি খণ্ডলৈ বিস্তাৰৰ সিদ্ধান্ত লোৱা হয়৷ <ref>https://timesofindia.indiatimes.com/city/guwahati/secret-docus-during-assam-agitation-must-be-out-himanta-biswa-sarma/articleshow/79678515.cms</ref>
 
==খণ্ড সমূহ==