ফাগুন হাৱাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
28 নং শাৰী:
 
বাংলাদেশ ফেডাৰেচন অফ ফিল্ম চ'চাইটিজে (BFFS) ৯২ তম একাডেমী বঁটাৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় কাহিনী চলচ্চিত্ৰ শিতানৰ বাবে এই ছবিখন মনোনীত কৰে।<ref>{{Cite news |url=https://www.thedailystar.net/arts-entertainment/news/bangladeshi-films-be-sent-years-oscars-1803223|title=Bangladeshi films to be sent to this year's Oscars|work=The Daily Star|date=2019-09-22|access-date=2019-09-22}}</ref> ফৰিদুৰ ৰেজা সাগৰৰ ''ফাগুন হাৱাই'' আৰু ষ্টাৰ চিনেপ্লেক্সৰ ''ন ডৰাই'' শীৰ্ষক ছবি দুখনে যুটীয়াভাৱে ২০১৯ ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।<ref name=":0">{{Cite web|title=‘জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ ২০১৯’ জয়ী যাৰা|url=https://www.banglanews24.com/entertainment/news/bd/827222.details|access-date=2020-12-03|website=banglanews24.com|language=bn}}</ref>
 
==কাহিনীৰ সাৰাংশ==
ছবিৰ কাহিনীভাগ ১৯৫২ চনত পূব পাকিস্তানত (বৰ্তমানৰ [[বাংলাদেশ]]) সংঘটিত হোৱা [[বঙালী ভাষা আন্দোলন]]ৰ আধাৰত গঢ় লৈছে। পশ্চিম পাকিস্তানতকৈ পূব পাকিস্তানৰ জনসংখ্যা অধিক। অথচ উৰ্দুভাষীসকলৰ প্ৰভুত্ব থকা পাকিস্তান চৰকাৰে বলপূৰ্বক পূব পাকিস্তানৰ বঙালীভাষী জনগণৰ ওপৰত উৰ্দুভাষা জাপি দিব বিচাৰিছে। চৰকাৰৰ এই্ অন্যায় সিদ্ধান্তত পূব পাকিস্তানৰ বঙালী জনগণে তীব্ৰ বিৰোধ কৰি যদিও বঙালীভাষী বহুতো ব্যৱসায়ী, মোল্লা-মৌলৱী আৰু মুছলিম লীগে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে চৰকাৰক সমৰ্থন জনায়। অতি কম মূল্যৰ বিনিময়ত ভূ-সম্পত্তি দখল কৰাৰ উদ্দেশ্যে চৰকাৰৰ সৈতে হাত মিলাই থকা কিছুমান স্বাৰ্থান্বেষী মুছলমান লোকে হিন্দুসকলক ভাৰতলৈ আহিবলৈ প্ৰৰোচিত কৰে।
 
==অভিনয় শিল্পী==
{{refbegin|3}}