ফাগুন হাৱাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
32 নং শাৰী:
ছবিৰ কাহিনীভাগ ১৯৫২ চনত পূব পাকিস্তানত (বৰ্তমানৰ [[বাংলাদেশ]]) সংঘটিত হোৱা [[বঙালী ভাষা আন্দোলন]]ৰ আধাৰত গঢ় লৈছে। পশ্চিম পাকিস্তানতকৈ পূব পাকিস্তানৰ জনসংখ্যা অধিক। অথচ উৰ্দুভাষীসকলৰ প্ৰভুত্ব থকা পাকিস্তান চৰকাৰে বলপূৰ্বক পূব পাকিস্তানৰ বঙালীভাষী জনগণৰ ওপৰত উৰ্দুভাষা জাপি দিব বিচাৰিছে। চৰকাৰৰ এই্ অন্যায় সিদ্ধান্তত পূব পাকিস্তানৰ বঙালী জনগণে তীব্ৰ বিৰোধ কৰি যদিও বঙালীভাষী বহুতো ব্যৱসায়ী, মোল্লা-মৌলৱী আৰু মুছলিম লীগে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে চৰকাৰক সমৰ্থন জনায়। অতি কম মূল্যৰ বিনিময়ত ভূ-সম্পত্তি দখল কৰাৰ উদ্দেশ্যে চৰকাৰৰ সৈতে হাত মিলাই থকা কিছুমান স্বাৰ্থান্বেষী মুছলমান লোকে হিন্দুসকলক ভাৰতলৈ আহিবলৈ প্ৰৰোচিত কৰে।
[[:en:Khulna|খুলনা]]ৰ এখন থানালৈ বদলি হৈ আহে জামছেদ নামৰ [[:en:West Pakistan|পশ্চিম
==অভিনয় শিল্পী==
|