অথৰ্ববেদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2401:4900:3A69:F542:9DF2:D08F:3AB:A9A0 (আলোচনা)-ই কৰা 317020 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
 
1 নং শাৰী:
বেদ'''অথৰ্ববেদ''' [[হিন্দু ধৰ্ম]]শাস্ত্ৰৰ চাৰিখন বেদৰ ভিতৰত শেষৰখন বেদ। ইয়াৰ আদি নাম আছিল অথৰ্বাংগিৰস বেদ। অথৰ্ববেদক ব্ৰহ্মবেদ বুলিও জনা যায়। এই বেদত মুঠতে ২০ টা কাণ্ড, ৩৮ টা প্ৰপাঠক, ৯০ টা অনুবাক, ৭৩০ টা সুক্ত আৰু ৬০০০ মন্ত্ৰ আছে। কেইবাটাও মন্ত্ৰক লৈ একোটা সুক্ত, কেইবাটাও সুক্তক লৈ একোটা অনুবাক, কেইবাটাও অনুবাক লৈ একোটা প্ৰপাঠক আৰু কেইবাটাও প্ৰপাঠক লৈ একো একোটা কাণ্ড গঠিত হৈছে। অথৰ্ববেদৰ মুঠ ৬০০০ মন্ত্ৰৰ ১২০০ মন্ত্ৰ ঋকবেদৰ পৰা অনা।
'''অথৰ্ব
বেদ''' [[হিন্দু ধৰ্ম]]শাস্ত্ৰৰ চাৰিখন বেদৰ ভিতৰত শেষৰখন বেদ। ইয়াৰ আদি নাম আছিল অথৰ্বাংগিৰস বেদ। অথৰ্ববেদক ব্ৰহ্মবেদ বুলিও জনা যায়। এই বেদত মুঠতে ২০ টা কাণ্ড, ৩৮ টা প্ৰপাঠক, ৯০ টা অনুবাক, ৭৩০ টা সুক্ত আৰু ৬০০০ মন্ত্ৰ আছে। কেইবাটাও মন্ত্ৰক লৈ একোটা সুক্ত, কেইবাটাও সুক্তক লৈ একোটা অনুবাক, কেইবাটাও অনুবাক লৈ একোটা প্ৰপাঠক আৰু কেইবাটাও প্ৰপাঠক লৈ একো একোটা কাণ্ড গঠিত হৈছে। অথৰ্ববেদৰ মুঠ ৬০০০ মন্ত্ৰৰ ১২০০ মন্ত্ৰ ঋকবেদৰ পৰা অনা।
 
==অথৰ্ববেদৰ ৰচয়িতা:==
"https://as.wikipedia.org/wiki/অথৰ্ববেদ"ৰ পৰা অনা হৈছে