গোলকীকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
2409:4065:E80:B7ED:0:0:6CC8:960A (আলোচনা)-ই কৰা 309496 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে টেগ্: Undo |
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
1 নং শাৰী:
'''গোলকীকৰণ''' বা '''বিশ্বায়ন''' ({{Lang-en|
অৰ্থনৈতিকভাবে, গোলকীকৰণৰ সৈতে অৰ্থনৈতিক সম্পদসমূহ, যেনে: পণ্য, সেৱা, মূলধন, প্ৰযুক্তি আৰু তথ্য জড়িত।<ref name="Albrow">Albrow, Martin and Elizabeth King (eds.) (1990). ''Globalization, Knowledge and Society'' London: Sage. {{ISBN|978-0-8039-8323-6}}</ref><ref name="AlbrowKing1990">{{cite book|first1=Martin |last1=Albrow|first2=Elizabeth |last2=King|title=Globalization, knowledge, and society: readings from International sociology|url={{google books |id=lfe1AAAAIAAJ |plainurl=yes}}|year=1990 |publisher=Sage Publications |isbn=978-0-8039-8323-6}}</ref> ইয়াৰোপৰি, ই বিশ্বজোৰা বজাৰৰ বিস্তৃতিৰ ফলত পণ্য আৰু মূলধনৰ বিনিময়ৰ দৰে অৰ্থনৈতিক প্ৰক্ৰিয়াক শিথিল কৰে।<ref>{{Cite web|url=http://www.ijbssnet.com/journals/Vol_2_No_23_Special_Issue_December_2011/36.pdf|title=''Globalization and its Impacts on the World Economic Development''.}}</ref> সীমান্ত বাণিজ্যৰ বাধাসমূহক আঁতৰ কৰি বিশ্বজোৰা বজাৰ গঠনক গোলকীকৰণে সম্ভাৱ কৰি তুলিছে। বাষ্প চালিত ইঞ্জিন, বাষ্প জাহাজ, জেট ইঞ্জিন আৰু মালবাহী বিশাল জাহাজসমূহ হৈছে পৰিবহণৰ ক্ষেত্ৰত হোৱা কিছু উন্নতিৰ উদাহৰণ, আনহাতে [[টেলিগ্ৰাফ]], [[ইণ্টাৰনেট]], [[ম’বাইল ফোন]]ৰ উত্থান হৈছে দূৰসংযোগৰ আন্তঃগাঁথনিত হোৱা উন্নতিৰ উদাহৰণ। এই সকলোবোৰ প্ৰযুক্তিগত উন্নতি গোলকীকৰণৰ প্ৰধান কাৰণ আৰু ইয়াৰ ফলত বিশ্বজোৰা অৰ্থনৈতিক তথা সাংস্কৃতিক ক্ষেত্ৰত পৰস্পৰৰ নিৰ্ভশিলতাৰ সৃষ্টি হৈছে।<ref name="Imagining">{{cite web | url=http://www.elon.edu/e-web/predictions/150/1830.xhtml | title=Imagining the Internet | publisher=Elon University School of Communications | work=History of Information Technologies | accessdate=17 August 2009}}</ref><ref name="Stever_1972">{{cite journal | last1 = Stever | first1 = H. Guyford | year = 1972 | title = Science, Systems, and Society | url = | journal = Journal of Cybernetics | volume = 2 | issue = 3| pages = 1–3 | doi = 10.1080/01969727208542909 }}</ref><ref>{{cite journal|title=Shaping Globalization|first=Martin|last=Wolf|journal=Finance & Development|volume=51|issue=3|year=2014|pages=22–25|url=http://www.imf.org/external/pubs/ft/fandd/2014/09/pdf/wolf.pdf}}</ref>
|