ভেঁকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
69 নং শাৰী:
 
==প্ৰজনন==
ভেঁকুৰে প্ৰজনন বিভিন্ন পদ্ধতিৰে কৰে।তাৰ ভিতৰত অংগজ প্ৰজননৰ পদ্ধতিবোৰ হ'ল- খণ্ডিতকৰণ,দ্বিবিভাজন আৰু মুকুলোদ্গম ।সেইদৰে অযৌন প্ৰজনন বিভিন্ন প্ৰকাৰৰ ৰেণু যেনে কনিডিয়া ৰেনুধাৰীৰেণু আৰু চলৰেণুৰ দ্বাৰা সম্পাদিত হয়।আনহাতে ৰৌন প্ৰজনন উস্পৰ,এচক'স্প'ৰ আৰু বেচিডি'অস্প'ৰ দ্বাৰা সম্পন্ন হয় ।
 
 
 
 
 
 
 
 
 
 
 
 
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/ভেঁকুৰ"ৰ পৰা অনা হৈছে