অশ্বমেধ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Ashvamedha doesn't mean killing any animals not even horses in Yajna. Also given reliable sources.
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{Edit conflict}}
[[File:Ashwamedha yagna of yudhisthira.jpg |thumb|[[যুধিষ্ঠিৰ]]ৰ অশ্বমেধ যজ্ঞ (কাল্পনিক ছবি)]]
'''অশ্বমেধ''' ({{lang-sa|अश्वमेध|aśvamedha|translit-std=IAST}})<ref>{{Cite book|last1=Monier-Williams|first1=Monier|title=A Sanskrit-English Dictionary: Etymologically and Philologically Arranged with Special Reference to Cognate Indo-European Languages|last2=Leumann|first2=E.|last3=Cappeller|first3=C.|publisher=Asian Educational Services|year=2005|pages=115}}</ref> বা অশ্বমেধ যজ্ঞ হৈছে অশ্ব বা ঘোঁ‌ৰা উছৰ্গাদ্বাৰা কৰাৰজাৰ বাৰাজ্যৰ বলিদান দিয়া বৈদিক ধৰ্মৰ এক পৌৰাণিক ৰীতি বাসীমা অনুষ্ঠান।নিৰ্ধাৰণ। পৌৰাণিক ভাৰতবৰ্ষৰ ৰজাসকলে তেওঁলোকৰ সাম্ৰাজ্যৰ স্বতন্ত্ৰতা প্ৰমাণ কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰিছিল। ইয়াৰ বাবে ৰাজকীয় সৈন্যবাহিনীৰ সৈতে এটা ঘোঁ‌ৰা এবছৰৰ কাৰণে মুকলিকৈ বিচৰণ কৰি ফুৰিবলৈ এৰি দিয়া হৈছিল। গোঁ‌ৰাটোৱে বিচৰণ কৰা অঞ্চলত কোনো বিৰোধী বা শত্ৰুৱে ৰজাৰ আধিপত্য অমান্য কৰি লগত যোৱা সৈন্যবাহিনীৰ সৈতে যুদ্ধ কৰিব পাৰে। যদি এবছৰৰ পিছত কোনো শত্ৰুৱে ঘোঁ‌ৰাটো ধৰিব বা হত্যা কৰিব নোৱাৰে তেন্তে তাক পুনৰ ৰাজধানীলৈ ঘূৰাই অনা হয়। ইয়াৰ পিছত সেই ঘোঁ‌ৰাটো বলিপূজা দি ৰজাজনক একচ্ছত্ৰী হিচাপে ঘোষণা কৰা হয়।<ref>https://archive.org/details/satyarthprakashl00dayauoft/page/n57/mode/2up?q=Ashwamedh</ref>
 
[[মহাভাৰত]]ৰ চতুৰ্দশ পৰ্ব অৰ্থাৎ [[অশ্বমেধিকা পৰ্ব]]ত অশ্ব বলিদানৰঅশ্বমেধৰ সৰ্বশ্ৰেষ্ঠ বৰ্ণনা পোৱা যায়। [[কৃষ্ণ]] আৰু [[বেদব্যাস|ব্যাসে]] ৰজা যুধিষ্ঠিৰক অশ্ব উছৰ্গাঅশ্বমেধ কৰিবলৈ পৰামৰ্শ দিয়াৰ বিষয়ে যথেষ্ট দীঘলীয়াকৈ বৰ্ণনা কৰা হৈছে। ইয়াত ২টা খণ্ড আৰু ৯৬টা অধ্যায় আছে।<ref>https://archive.org/details/mahabharata-kamala-subramaniam/page/726/mode/2up</ref><ref name="mnd">Dutt, M.N. (1905) ''The Mahabharata (Volume 14): Ashwamedha Parva''. Calcutta: Elysium Press</ref><ref name="kmg">Ganguli, K.M. (1883-1896) "[http://www.sacred-texts.com/hin/m14/index.htm Aswamedha Parva (controversial translation)]" in ''The Mahabharata of Krishna-Dwaipayana Vyasa'' (12 Volumes). Calcutta</ref><ref name="mnd">Dutt, M.N. (1905) ''The Mahabharata (Volume 14): Ashwamedha Parva''. Calcutta: Elysium Press</ref> আন এক সংস্কৰণত এক উপপাঠ্য আৰু ৯২টা অধ্যায় আছে।<ref>van Buitenen, J.A.B. (1973) ''The Mahabharata: Book 1: The Book of the Beginning''. Chicago, IL: University of Chicago Press, p 478</ref><ref>Debroy, B. (2010) ''The Mahabharata, Volume 1''. Gurgaon: Penguin Books India, pp xxiii - xxvi</ref>
 
প্ৰাচীন কালৰ বহুসংখ্যক ৰজাই এই অনুষ্ঠান পাতিছিল বুলি তথ্য পোৱা গৈছে যদিও যোৱা এক সহস্ৰাব্দৰ ভিতৰত কেৱল দুজন ৰজাইহে অশ্বমেধ অনুষ্ঠিত কৰিছিল। ইয়াৰে ভিতৰত শেষৰটো জয়পুৰৰ মহাৰজা দ্বিতীয় জয়সিঙে অনুষ্ঠিত কৰিছিল।
 
==বলিদান==
"https://as.wikipedia.org/wiki/অশ্বমেধ"ৰ পৰা অনা হৈছে