সংসাৰ (বৌদ্ধ ধৰ্ম): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
1 নং শাৰী:
[[File:Traditional_bhavachakra_wall_mural_of_Yama_holding_the_wheel_of_life,_Buddha_pointing_the_way_out.jpg|link=https://en.wikipedia.org/wiki/File:Traditional_bhavachakra_wall_mural_of_Yama_holding_the_wheel_of_life,_Buddha_pointing_the_way_out.jpg|thumb|[[বৌদ্ধ ধৰ্ম]]ৰ ৫ জগৎ থকা [[ভাৱচক্ৰ (বৌদ্ধ ধৰ্ম)|ভাৱচক্ৰ]] দৰ্শোৱা [[থাংকা]]।]]
 
[[বৌদ্ধ ধৰ্ম]] আৰু [[হিন্দু ধৰ্ম]]ত '''সংসাৰ''' ({{lang-sa|संसार}}, {{lang-pi|saṃsāra}}) হৈছে [[জন্ম]], স্বাভাৱিক অস্তিত্ব আৰু [[মৃত্যু]]ৰ অন্তহীন চক্ৰ।{{sfn|Trainor|2004|p=58, '''Quote:''' "Buddhism shares with Hinduism the doctrine of Samsara, whereby all beings pass through an unceasing cycle of birth, death and rebirth until they find a means of liberation from the cycle. However, Buddhism differs from Hinduism in rejecting the assertion that every human being possesses a changeless [[soul]] which constitutes his or her ultimate identity, and which transmigrates from one incarnation to the next.}} সংসাৰক [[দুঃখ (বৌদ্ধ ধৰ্ম)|দুঃখ]] জ্ঞান কৰা হয়: ই কষ্টকৰ, অবহনক্ষম আৰু দুখদায়ক।{{sfn|Wilson|2010}} ই [[টান (বৌদ্ধ ধৰ্ম)|টান]] আৰু [[অবিদ্যা (বৌদ্ধ ধৰ্ম)|অবিদ্যা]]ৰ ফলত হোৱা কৰ্মৰ দ্বাৰা বৰ্তি থাকে।{{sfn|Juergensmeyer|Roof|2011|p=271-272}}{{sfn|McClelland|2010|p=172, 240}}{{sfn|Williams|Tribe|Wynne|2012|p=18–19, chapter 1}} সংসাৰত [[পুনৰ্জন্ম (বৌদ্ধ ধৰ্ম)|পুনৰ্জন্ম]] [[মানুহ]]ৰ ৰূপতেই হ'ব বুলি কোনো নিশ্চিতি নাই। ই ৬ জগতৰ যিকোনো এটাত হ'ব পাৰে। এই ৬ জগতৰ ৩ ভাল আৰু ৩ বেয়া। ভাল জগতকেইখন হ'ল [[স্বৰ্গ]], দেৱ আৰু মানৱ। বেয়া জগতকেইখন হ'ল পশু, ভূত আৰু নৰক।{{refn|Earlier Buddhist texts refer to five realms rather than six realms; when described as five realms, the god realm and demi-god realm constitute a single realm.{{sfn|Buswell|2004|p=711-712}}|group=note|name=realms2}}