ডিমাছা ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
30 নং শাৰী:
}}
 
'''ডিমাছা ভাষা‌''' ভাৰতৰ অসম বিভিন্ন ঠাইত যেনে, নগাওঁ, কাৰ্বি আংলং, ডিমা হাচাও আৰু নাগালেণ্ড ৰাজ্যৰ ডিমাছা জনগোষ্ঠী সকলৰ
মাতৃভাষা। ডিমাছাসকল ঘাইকৈ ডিমা হাচাও (পূৰ্বৰ উত্তৰ কাছাৰ) জিলাত বাস কৰে৷ ডিমাছাসকল তিব্বত-বৰ্মী শাখাৰ বড়োসকলৰ সৈতে প্ৰায় একেধৰণৰ ফৈদ। 'ডিমাছা' শব্দৰ অৰ্থ হৈছে 'ডিমা-ফিছা' অৰ্থাৎ ডিমাডাঙৰ নৈৰ সন্তান। আদিতে ডিমাছাসকল ধনশ্ৰী নৈৰ পাৰত বাস কৰিছিল। পাছত ৰাজনৈতিক কাৰণত তেওঁলোক তাৰ পৰা উঠি গৈ উত্তৰ কাছাৰ জিলাত বসবাস কৰিবলৈ লয়।<ref>ভাষাতত্ত্ব, দীপ্তি ফুকন পাটগিৰি, পৃ:নং; ৯২,বনলতা, ২০০২</ref> ডিমাছাসকলে কোৱা ডিমাছা ডিমাছাসকলৰভাষাৰ নিজা লিপি নাই।
 
[[শ্ৰেণী:ভাষা]]