উপভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{unreferenced}}
কোনো এটা ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে সেই ভাষা সম্প্ৰদায়ৰ লোকসকল বিস্তৃত অঞ্চলত বিয়পি পৰে, ফলত সেই ভাষা সম্প্ৰদায়ৰ লোকসকল বিস্তৃত অঞ্চলত বিয়পি পৰে, ফলত সেই ভাষা সম্প্ৰদায়ৰ মাজত সঘন মিলামিছা বা যোগাযোগৰ অভাৱ ঘটে এনেদৰে কিছু দিনৰ পাছত সেই ভাষা সম্প্ৰদায়টোৰ সৰু সৰু ক্ষেত্ৰ বা অঞ্চল বিশেষে কিছুমান আঞ্চলিক ৰূপ গঢ় লৈ উঠে। দীৰ্ঘদিন ব্যৱধানৰ অন্তত এটা ক্ষেত্ৰীযক্ষেত্ৰীয় ৰূপৰ সৈতে অন্য এটা ক্ষেত্ৰীযক্ষেত্ৰীয় ৰূপৰ ধ্বনিগত, ৰূপগত, শব্দগত আৰু বাক্যগত দিশত কিছুমান পাৰ্থক্য পৰিলক্ষিত হ'লেও এটা অঞ্চলৰ মানুহে অন্য এটা অঞ্চলৰ ভাষা সম্পূৰ্ণৰূপে বুজি পায়। সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলেহে এনে ভেদবোৰ চকুত পৰে। এনেদৰে একোটা ভাষাৰ পৰা সৃষ্টি হোৱা ভৌগোলিক পৰিসীমাৰ ভিতৰৰ সেই কথিত ৰূপসমূহক প্ৰধান বা মূল ভাষাটোৰ উপভাষা বুলি কোৱা হয়।হয় অৰ্থাৎ এটা অঞ্চলৰ ভাষা আৰু আন এটা অঞ্চলৰ ভাষাৰ মাজত ধ্বনি, ধ্বনি সংযোগ বা ৰূপ আৰু শব্দমালাৰ নানা পৰিৱৰ্তনে দেখা দিয়ে৷ ভাষাৰ এনে আঞ্চলিক ৰূপক উপভাষা বোলে৷<ref>ভাষা বিজ্ঞান, ড° উপেন্দ্ৰনাথ গোস্বামী, পৃ: নং; ৫, মণি-মাণিক প্ৰকাশ, ২০০২</ref>
 
[[শ্ৰেণী:ভাষাবিজ্ঞান]]
"https://as.wikipedia.org/wiki/উপভাষা"ৰ পৰা অনা হৈছে