বল্লভভাই পেটেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
29 নং শাৰী:
 
==জন্ম আৰু পৰিয়াল==
চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম হয় ১৮৭৫ চনৰ ৩১ অক্টোৱৰ তাৰিখে [[গুজৰাট]]ৰ '''খেদা জিলা'''ৰ বোৰচাদ তালুকাৰ মৌজাৰ কৰমচাঁদ নামৰ গাঁৱত। তেওঁৰ পিতাকৰ নাম আছিল '''ঝাভেৰ ভাই পেটেল''' আৰু মাকৰ নাম আছিল '''লাড়বাঈ'''। হাইস্কুলত পঢ়ি থকা কালতে মাত্ৰ ১৮ বছৰ বয়সতে তেওঁক মাক-পিতাকে [[বিবাহ]] কৰাই দিছিল। তেওঁৰ পত্নীৰ নাম আছিল ঝবেৰ বাই। বিয়াৰ সময়ত ঝবেৰ বাইৰ বয়স আছিল দহবছৰ।<ref name="চৰ্দাৰ বল্লভভাই পেটেল"/>right
 
==শিক্ষা জীৱন==