প্ৰজনন তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
'''[[প্ৰজনন]] তন্ত্ৰ''' ({{lang-en|Reproductive system}}) হৈছে জীৱৰ বংশবৃদ্ধিৰ বাবে সংগঠিত ভাৱে কাৰ্য কৰা যৌন অংগৰ সমষ্টি। বহুতো অজৈৱ পদাৰ্থ যেনে- তৰল, হৰমন, ফেৰমন আদিয়েও প্ৰজনন তন্ত্ৰত সহযোগী হিচাপে কাৰ্য কৰে।<ref>[http://training.seer.cancer.gov/module_anatomy/unit12_1_repdt_intro.html Introduction to the Reproductive System.]</ref> জীৱৰ লিংগভেদে প্ৰজনন তন্ত্ৰ মাজত যথেষ্ট ভিন্নতা পৰিলক্ষিত হয়, যিটো অন্য অংগ তন্ত্ৰৰ ক্ষেত্ৰত দেখা নাযায়। এই ভিন্নতাই একে প্ৰজাতিৰ দুটা ভিন্ন জীৱৰ আনুবংশিক পদাৰ্থৰ মিলন সম্ভৱ কৰে, ফলত নতুন অপত্যই বিশেষ আনুবংশিক সামৰ্থতা লাভ কৰে।<ref name=Adam>[http://www.besthealth.com/besthealth/bodyguide/reftext/html/repr_sys_fin.html Reproductive System 2001] Body Guide powered by Adam</ref>
{{Infobox anatomy
| Name = প্ৰজনন তন্ত্ৰ
| Latin = ছিষ্টেমা ৰিপ্ৰডাক্সনিছ
| Image = Male_pelvic_structures.svg
| Caption = মানুহৰ পুং প্ৰজনন তন্ত্ৰ
}}
 
==উদ্ভিদ==