ৰমেন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
17 নং শাৰী:
| signature =
| awards = [[বিষ্ণু ৰাভা বঁটা]] (২০০৩) হেমাঙ্গ বিশ্বাস বঁটা (২০০৮)
শিল্পপ্ৰাণ শিল্পপ্রাণ চন্দ্রচন্দ্ৰ ফুকন সোঁৱৰণী বঁটা (২০০৯) <br> তৰুণ দুৱৰা সোঁৱৰণী "অইল ইণ্ডিয়া বঁটা (২০১১) <br> জীৱন ৰাম মুঙ্গীদেৱী গোৱেঙ্গা সোঁৱৰণী বঁটা (২০১১) <br> Asomiya Music Award (২০১১) <br>
| website =
}}
26 নং শাৰী:
==চমু জীবনী==
===জন্ম===
ৰমেন বৰুৱাৰ জন্ম হৈছিল [[গুৱাহাটী]] লতাশিলত, ১৯৪০ চনৰ ৬ জুনত। তেওঁৰ পিতৃ চন্দ্রনাথচন্দ্ৰনাথ বৰুৱা আৰু মাতৃ জোনপ্ৰভা বৰুৱা। বিখ্যাত বৰুৱা পৰিয়ালৰ তেখেত দশম পুত্ৰ সন্তান। তেখেতৰ তিনিজন ককায়েক [[ব্ৰজেন বৰুৱা]], [[নিপ বৰুৱা]] আৰু [[দ্বিবন বৰুৱা]] পিছলৈ কম-বেছি পৰিমাণে অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত হৈ পৰিছিল।
 
===শিক্ষা===
ৰমেন বৰুৱাৰ শিক্ষা জীৱনৰ আৰম্ভণি হৈছিল লতাশিল প্রাথমিকপ্ৰাথমিক বিদ্যালয়ত। পিছত তেওঁ [[কটন কলেজিয়েট হাইস্কুল]]ত নাম ভৰ্তি কৰে আৰু তাৰেপৰাই তেওঁ মেট্রিকুলেশনমেট্ৰিকুলেশন পৰীক্ষাত উত্তীর্ণউত্তীৰ্ণ হৈ [[কটন কলেজ]]ত ভৰ্তি হয় আৰু তাৰেপৰাই আই এ পাছ কৰে। পিছলৈ [[বি.বৰুৱা কলেজ]]ৰ পৰা বি.এ. পাছ কৰি তেখেত [[গুৱাহাটী বিশ্ববিদ্যালয়]]ত নামভৰ্তি কৰে কিন্তু পৰীক্ষা অহাৰ আগে আগে কামৰ হেঁচাত পৰীক্ষা দিব নোৱাৰিলে।<ref name="কথা বৰেণ্য">{{cite book | title=কথা বৰেণ্য | publisher=কথা প্ৰকাশন | author=শোনিত বিজয় দাস, মুনীন বায়ন | authorlink=ৰমেন বৰুৱা | year=২০০৬ | pages=২১৮-২১৯ | isbn=৮১-৮৯১৪৮-১৪-১}}</ref>
 
==চলচ্চিত্ৰপঞ্জী<ref name="Pabitra">{{cite journal | title=অসমীয়া চলচ্চিত্ৰ আৰু বৰুৱা পৰিয়াল | author=পবিত্ৰ কুমাৰ ডেকা | journal=অসমীয়া সা ৰে গা মা | year=২০০৬ | month=জুন}}</ref>==
116 নং শাৰী:
| [[ ওপজা সোণৰ মাটি]] || ব্ৰজেন বৰুৱা || ৰমেন বৰুৱা || ১৯৭২ ||
|-
| অজলা ককাই || [[দ্বিবন বৰুৱা ]] ||ৰমেন বৰুৱা || ১৯৮৯ ||
|-
|মানসী