জ্যামিতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{cleanup}}
{{পোখালি}}
 
'''জ্যামিতি''' ({{lang-en|| Geometry}}, {{lang-grc|''γεωμετρία''}}; ''[[wikt:γῆ|geo-]]'' "earth", ''[[wikt:μέτρον|-metria]]'' "measurement") [[গণিত|গণিতশাস্ত্ৰৰ]] অন্তৰ্ভুক্ত এটা শাখা । এই বিষয়ত আকৃতিৰ বিষয়ে অধ্যয়ন কৰা হয়। জ্যামিতিক স্থান বা জগতৰ (space) বিজ্ঞান হিছাপে গণ্য কৰা যায়। [[পাটীগণিত|পাটীগণিতত]] যিদৰে গণনা সংক্রান্তীয় আমাৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়ে আলোচনা কৰা হয়, তেনেদৰে জ্যামিতিত স্থান বা জগতৰ বিষয়ে আমি অভিজ্ঞতাৰ বর্ণনা আৰু ব্যাখ্যা লাভ কৰো। প্রাথমিক জ্যামিতিৰ দ্বাৰা আমি দ্বি-মাত্রিক বিভিন্ন আকাৰৰ [[ক্ষেত্রফল]] আৰু [[পৰিসীমা]] আৰু ত্রিমাত্রিক বস্তুসমূহৰ পৃষ্ঠতলৰ ক্ষেত্রফল আৰু [[আয়তন]] নির্ণয় কৰিব পাৰো।
 
"https://as.wikipedia.org/wiki/জ্যামিতি"ৰ পৰা অনা হৈছে