দিবালোক সংৰক্ষণ সময়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :bn:দিবালোক সংরক্ষণ সময়
র -> ৰ
1 নং শাৰী:
[[Image:DaylightSaving-World-Subdivisions.png|upright=1.67|thumb|alt=World map. Europe, Russia, most of North America, parts of southern South America and southern Australia, and a few other places use DST. Most of equatorial Africa and a few other places near the equator have never used DST. The rest of the land mass is marked as formerly using DST.|
যদিও পৃথিৱীৰ অধিকাংশ দেশতেই ডিএসটি ব্যবহৃত নহয়, কিন্তু উত্তৰ অক্ষাংশৰ উচ্চ অক্ষাংশৰ দেশবোৰত দিবালোক সংৰক্ষণ সময় এক সাধাৰণ বিষয়।
{{legend|#1a80e6|ডিএসটি প্রচলিতপ্ৰচলিত}}
{{legend|#ef690a|ডিএসটি প্রচলিতপ্ৰচলিত নহয়}}
{{legend|#c00000|ডিএসটি কেতিয়াও প্রচলিতপ্ৰচলিত নহয়}}]]
 
 
'''দিবালোক সংৰক্ষণ সময়''' বা '''ডেলাইট চেভিং টাইম''' ({{lang-en|Daylight Saving Time}}), সংক্ষেপে '''ডিএসটি''' (DST) হ’ল ঘড়ীৰ সময় ১ অথবা ২ ঘন্টা আগুৱাই দিয়াৰ এক ৰীতি, যাতে ঘড়ীৰ কাটাৰ হিছাপে সূর্যোদয়সূৰ্যোদয় আৰু সূর্যাস্তসূৰ্যাস্ত উভয়েই এক ঘণ্টা পাছত ঘটে আৰু আবেলি সময়ত অলপ অতিৰিক্ত সময় সূর্যৰসূৰ্যৰ পোহৰ পোৱাৰ সুবিধা হয়। সাধাৰণতে এই নীতিতে [[পৃথিৱী|পৃথিৱীৰ]] উত্তৰ গোলার্ধতগোলাৰ্ধত বসন্তকালত ঘড়ীৰ কাঁটা ১ ঘণ্টা আগুৱাই দিয়া হয় আৰু শৰতত পুনৰ আগৰ অবস্থালৈ ঘূৰাই নিয়া হয়। ১৭৮৪ খৃষ্টাব্দত [[বেঞ্জামিন ফ্ৰেঙ্কলিন|বেঞ্জামিন ফ্ৰেঙ্কলিনে]] তেওঁৰ এটি খামখেয়ালিপূর্ণখামখেয়ালিপূৰ্ণ প্রবন্ধতপ্ৰবন্ধত প্রথমপ্ৰথম এই নাটকীয় ব্যৱস্থাৰ ধাৰণা তুলি ধৰিছিল; পৰবর্তিপৰবৰ্তি সময়ত এই ধাৰণাটি প্রথমপ্ৰথম ১৯০৭ খৃষ্টাব্দত জনগণৰ আগত তুলি ধৰিছিল উইলিয়াম উইলেট নামৰ এজন ব্রিটিছব্ৰিটিছ নির্মাতাইনিৰ্মাতাই ''ৱেস্ট অফ ডেলাইট (waste of Day light)'' নামৰ এক প্যামপ্লেটত।<ref name="Encarta">''Daylight Saving'', Microsoft Encarta Encyclopedia 2004 Deluxe, CD Version. পৰিদর্শনৰপৰিদৰ্শনৰ তাৰিখ: ২৮ ছেপ্টেম্বৰ, ২০১১</ref>
 
==প্ৰয়োগ==
==প্রয়োগ==
[[Image:Begin CEST Transparent.png|thumb|upright=0.67|alt=Diagram of a clock showing a transition from 2:00 to 3:00.| মধ্য ইউৰোপৰ য’ত ডিএসটি আৰম্ভ হয়, ঘড়ীক মধ্য ইউৰোপীয় সময় (CET) ৰাতি ২টা বজাৰ পৰা মধ্য ইউৰোপীয় গ্রীষ্মকালীনগ্ৰীষ্মকালীন সময় (CEST) ৰাতি ৩টাত আগুৱাই দিয়া হয়।]]
 
[[Image:End CEST Transparent.png|thumb|upright=0.67|alt=Diagram of a clock showing a transition from 3:00 to 2:00.|মধ্য ইউৰোপ য’ত ডিএসটি শেষ হয়, ঘড়ীৰ সময়ক ৰাতি ৩টাত সিইএসটি পৰা ৰাতি ২টাত সিইটি পিছুৱাই নিয়া হয়। অন্যান্য অঞ্চলত বিভিন্ন সময়ত সলনি কৰা হয়।]]
 
দিবালোক সংৰক্ষণ সময় [[প্রথমপ্ৰথম বিশ্বযুদ্ধ]]ৰ পৰাই [[মার্কিনমাৰ্কিন যুক্তৰাষ্ট্রযুক্তৰাষ্ট্ৰ]] আৰু অন্যান্য ইউৰোপীয় দেশবোৰত ব্যৱহাৰ কৰা হৈছিল, এই পদ্ধতিৰ আৰম্ভ হয় শক্তি উৎপাদনৰ দহন খৰছ কমোৱাৰ বাবে। কোনো কোনো অঞ্চলত পাছত প্রকৃতপ্ৰকৃত সময়লৈ উভতাই আনিলেও অনেক দেশে এই পদ্ধতিৰ ব্যৱহাৰ কৰি থাকে। [[দ্বিতীয় বিশ্বযুদ্ধ|দ্বিতীয় বিশ্বযুদ্ধৰ]] সময়ত যুক্তৰাষ্ট্রযুক্তৰাষ্ট্ৰ কংগ্রেছেকংগ্ৰেছে এখন আইন প্ৰণয়ন কৰে, যাতে গোটেই দেশকে "ৰণ সময়"-অৰ অধীন কৰি তোলা হয়, যাতে গোটেই যুদ্ধকালীন সময়ত দেশৰ সময়ক একঘণ্টা আগুৱাই নিয়া হয়। এই ধাৰাবাহিকতাৰ পদ্ধতিটি যুক্তৰাজ্যও অনুসৰণ কৰে, য’ত গ্রীষ্মকালীনগ্ৰীষ্মকালীন সময়ত স্বাভাবিক সময়ৰ পৰা সময়ক আৰু এক ঘন্টা (অর্থাৎঅৰ্থাৎ ২ ঘণ্টা) আগুৱাই নিয়া হয়। পৰবর্তিকালতপৰবৰ্তিকালত শান্তিকালীন সময় ৰণ সময় এক বিতৰ্কৰ বিষয় হিছাপে পৰিগণিত হয়<ref name="Encarta"/>|
 
===যুক্তৰাষ্ট্ৰ===
===যুক্তৰাষ্ট্র===
যুক্তৰাষ্ট্রতযুক্তৰাষ্ট্ৰত [[প্রথমপ্ৰথম বিশ্বযুদ্ধ]]ৰ পৰাই দিবালোক সংৰক্ষণ সময় (ডিএসটি) দেশখনৰ বিভিন্ন অঙ্গৰাজ্যসমূহত প্ৰয়োগ কৰি আহিছে| বিতর্কিতবিতৰ্কিত আৰু সমস্যাপূৰ্ণ এই পদ্ধতিটোৰ বিতর্কবিতৰ্ক অৱসানৰ বাবে বিভিন্ন অঙ্গৰাজ্যত আৰু ইয়াৰ অধীন ৰাজ্যসমূহত মধ্যকারমধ্যকাৰ সমস্যা দূৰ কৰি ১৯৬৬ খৃষ্টাব্দত যুক্তৰাষ্ট্রতযুক্তৰাষ্ট্ৰত কংগ্রেছকংগ্ৰেছ 'ইউনিফর্মইউনিফৰ্ম টাইম এক্ট' প্ৰযোজ্য কৰে। এই বিধান অনুসৰি সকলো অঙ্গৰাজ্যৰ বাবে কেৱলমাত্রকেৱলমাত্ৰ এক নির্দিষ্টনিৰ্দিষ্ট সময়ত ডিএসটি অনুসৰণ কৰা হ’ব আৰু একমাত্রএকমাত্ৰ সেই অঞ্চলটোৰ বাহিৰে ৰাজ্যখন ইয়াৰ পৰা মুক্ত থাকিব, য’ত ৰাজ্যখনৰ আইনগত বা ৰাজনৈতিক পৰিচালকে আইনখনৰ ব্যৱহাৰৰ অসম্মতি জনাব পাৰিব। যাৱতীয় সিদ্ধান্ত অনুসৰি ১৯৮৬ খৃষ্টাব্দত যুক্তৰাষ্ট্রতযুক্তৰাষ্ট্ৰত দিবালোক সংৰক্ষণ সময় [[এপ্রিলএপ্ৰিল]] মাহৰ প্রথমপ্ৰথম [[ৰবিবাৰ]]ৰ ৰাতি ২টা বজাত আৰম্ভ হয় আৰু [[অক্টোবৰ]] মাহৰ শেষ ৰবিবাৰে ৰাতি ২টা বজাত শেষ হয় <ref name="Encarta"/> |
 
===বাংলাদেশ===
২০০৯ চনৰ ২০ জুনলৈ [[বাংলাদেশ|বাংলাদেশত]] প্রথমবাৰৰপ্ৰথমবাৰৰ বাবে দিবালোক সংৰক্ষণ সময় (ডিএসটি) ব্যবহৃত হয়। কিন্তু এই নিয়ম দেশখনত জনপ্রিয়জনপ্ৰিয় নহল আৰু পৰবৰ্তী চৰকাৰে আগৰ অৱস্থালৈ উভতাই নিয়ে। পৰবৰ্তী সময়ত এই দেশত পুনৰ দিবালোক সংৰক্ষণ সময় প্রৱর্তনপ্ৰৱৰ্তন কৰা নহৱ বুলি চৰকাৰী সিদ্ধান্ত গৃহীত হয়।
 
==যুক্তি==
বিতর্কবিতৰ্ক থকা সত্ত্বেও এই পদ্ধতিটোৰ পক্ষে যিবোৰ যুক্তি দেখুওৱা হয়, তাৰ ভিতৰত উল্লেখযোগ্য হ’ল আবেলিৰ সময়ত বেছি সময় পোহৰ থাকিলে ৰাস্থাত দূর্ঘটনাৰদূৰ্ঘটনাৰ পৰিমান কমি যায়; আৰু স্বাস্থ্য আৰু অপৰাধমূলক কর্মকাণ্ডতকৰ্মকাণ্ডত ইয়াৰ প্রভাৱপ্ৰভাৱ অস্পষ্ট।
 
==তথ্যসূত্ৰ==
42 নং শাৰী:
 
 
[[শ্রেণীশ্ৰেণী:ভূগোল]]
[[শ্রেণীশ্ৰেণী:সময়]]
 
[[af:Somertyd]]