ৱেবছাইট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.2) (ৰবট যোগ দিছে :my:ဝက်ဘ်ဆိုဒ်
(edited with ProveIt)
8 নং শাৰী:
ৱেবছাইট এটাৰ পৃষ্ঠা এটা সাধাৰণতে [[ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ]] (URL) নামৰ ঠিকনা (Web Address) এটাৰ পৰা খোলা হয় যাক [[হোম পেজ]] (homepage) বুলি কোৱা হয় । URL সমূহে ৱেবপেজ বিলাকক এক সজ্জা প্ৰদান কৰে আৰু [[হাইপৰলিংক]]ৰ সহায়ত পঢ়ুৱৈ এজনে ৱেবছাইটটোৰ গঠন অনুসাৰে ৱেবপেজ বিলাক পঢ়িব পাৰে । কিছুমান ৱেবছাইট খুলিবলৈ আৰু তাৰ ভিতৰৰ বস্তু বিলাক চাবলৈ গ্ৰাহকভুক্তিৰ বাবে আবেদন কৰিবলগীয়া হয় । তাৰ ভিতৰত যেনে কিছুমান ব্যৱসায়িক ৱেবছাইট, খবৰ বাতৰিৰ ৱেবছাইট, শিক্ষামূলক ৱেবছাইট, [[ভিডিঅ’ গেম]]ৰ ৱেবছাইট, [[ফাইল]] ছেয়াৰ কৰিব পৰা ৱেবছাইট, বাৰ্তাবাহক ৱেবছাইট, [[ই-মেইল]] যুক্ত ৱেবছাইট, [[চ’চিয়েল নেটৱ’ৰ্কিং]] ৱেবছাইট, [[ষ্ট’ক মাৰ্কেট]]ৰ খবৰ জনোৱা ৱেবছাইট, আৰু বিভীন্ন সেৱা আগবঢ়োৱা ৱেবছাইট সমূহ পোৱা যায় ।
==ইতিহাস==
চাৰ্ন (CERN) অৰ পদাৰ্থ বিজ্ঞানি [[টিম বাৰ্নাৰ্ছ লী]]<ref name='First page'>{{cite web | url=http://info.cern.ch/ |title=The website of the world's first-ever web server |accessdate=2008-08-30}}</ref>য়ে ১৯৯০ চনত [[ৱৰ্ল্ড ৱাইড ৱেব]] গঠন কৰিছিল । ১৯৯৩ চনৰ ৩০ এপ্ৰিলত চাৰ্নে ৱৰ্ল্ড ৱাইড ৱেব বিনামুল্য বুলি ঘোষনা কৰিছিল । <ref name='w3c'>{{cite web|url=http://www.w3.org/History.html |title=A Little History of the World Wide Web |accessdate=2007-02-16 |last=Cailliau |first=Robert }}</ref>
==সামগ্ৰিক নিৰীক্ষন==
প্ৰকাৰ অনুসৰি ৱেবছাইট সমুহক এনেদৰে ভাগ কৰিব পাৰি
"https://as.wikipedia.org/wiki/ৱেবছাইট"ৰ পৰা অনা হৈছে