অণু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{pp-semi|small=yes}}{{pp-move-indef}} thumb|400px|[[ত্ৰিমাত্ৰিক (বাওঁ ফালে আৰু মাজত) ...
 
No edit summary
2 নং শাৰী:
[[File:Atisane3.png|thumb|400px|[[ত্ৰিমাত্ৰিক]] (বাওঁ ফালে আৰু মাজত) আৰু [[দ্বিমাত্ৰিক]] (সোঁফালে) ৰূপত [[টাৰপিনয়ড]] অণু]]
 
অণু হৈছে বৈদ্যুতিক ভাবে উদাসীন আৰু [[সহযোগীসহযোজী বান্ধনী| সহযোগীসহযোজী ৰাসায়নিক বান্ধনী]]ৰে ধৰি ৰখা দূটা বা ততোধিক [[পৰমাণু]]ৰ সমষ্টি। অণুবোৰক [[বৈদ্যুতিক আধান]] ভিত্তিত [[আয়ন]]তকৈ পৃথক বুলি দেখুৱাব পাৰি। অৱশ্যে [[কোৱান্টাম বলবিদ্যাবলবিজ্ঞান]], [[জৈৱ ৰসায়ন]], [[বায়’ ৰসায়ন]]ত এই নিয়মৰ কিছু শিথিলতা দেখা যায় আৰু যিকোনো দূটা বা ততোধিক [[পৰমাণু]]ৰ সমষ্টিকেই অণু বোলা হয়।
 
গেছৰ [[গতি বিজ্ঞান]]ত অণু শব্দটো প্ৰায়েই যিকোনো গেছীয় কণাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই মতে [[সম্ভ্ৰান্ত গেছ]]ৰ পৰমাণু সমূহ একক আৰু কোনো বান্ধনীৰ দ্বাৰা বান্ধ খায় নথকাৰ পাছতো ইহঁতক অণু বুলি ধৰা হয়।
 
এটা অণুত একেবিধ ৰাসায়ণিক উপাদান থাকিব পাৰে বা যেনে [[অক্সিজেন]] (O<sub>2</sub>), বা ভিন্ন ভিন্ন উপাদান থাকিব পাৰে যেনে পানী (H<sub>2</sub>O) । অ-[[সহযোজী বান্ধনী]] যেনে [[হাইড্ৰজেন বান্ধনী]] বা [[আয়নিক বান্ধনী]]ৰে বান্ধ সংযুক্ত [[পৰমাণু]] বা [[সংকুল]]ক সাধাৰণতে অণু বোলা নহয়।
"https://as.wikipedia.org/wiki/অণু"ৰ পৰা অনা হৈছে