প্ৰসংগ প্ৰণালী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

8 নং শাৰী:
কোনো এটা প্ৰসংগ প্ৰণালী যদি সময় নিৰপেক্ষ হয়, অৰ্থাৎ প্ৰসংগ প্ৰণালীটো যদি স্থিৰ হৈ থাকে বা সুষম বেগত (শূণ্য ত্বৰণত) গতি কৰি থাকে তেন্তে তেনে প্ৰণালীক জড় প্ৰসংগ প্ৰণালী বোলা হয়। কোনো এটা জড় প্ৰসংগ প্ৰণালীৰ জোখমাখক গেলিলিওৰ ৰূপান্তৰণ সমীকৰণ (নিউটনীয় বলবিজ্ঞানত) বা লৰেণ্ট্‌জৰ ৰূপান্তৰণ সমীকৰণ ([[বিশেষ আপেক্ষিকতাবাদ]]ত) আদি সৰল ৰূপান্তৰণ সমীকৰণ ব্যৱহাৰ কৰি অন্য এটা জড় প্ৰসংগ প্ৰণালীৰ জোখমাখলৈ পৰিৱৰ্তণ কৰিব পাৰি।
পদাৰ্থ বিজ্ঞানৰ সূত্ৰসমূহ যিকোনো জড় প্ৰসংগ প্ৰণালীত সমানে বা একে ৰূপতে প্ৰযোজ্য হয়। ইয়াকে নিউটনীয় আপেক্ষিকতাবাদ বুলিও জনা যায়।
কোনো প্ৰসংগ প্ৰণালী(ধৰা হওক ‘’’S’’’'''S''')ত ‘’’m’’’'''m''' ভৰৰ কোনো এটা বিন্দুসম বস্তুৰ ওপৰত ‘’’F’’’'''F''' বলে ক্ৰিয়া কৰাত যদি ই ‘’’a’’’'''a''' ত্বৰণত গতি কৰে তেন্তে, এ‌ই ক্ষেত্ৰত নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ পৰা বিন্দুসম বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ প্ৰকাশৰাশি হ’ব
:<math>\mathbf{F} = m \mathbf{a} \ ,</math>
ধৰা হওক ‘’’S’’’ প্ৰসংগ প্ৰণালীটোৰ সাপেক্ষে আন এটা প্ৰসংগ প্ৰণালী '''S’'''-এ সুষম বেগত গতি কৰে, তেন্তে '''S'''' প্ৰণালীটো '''S'''-ৰ সাপেক্ষে এটা জড় প্ৰসংগ প্ৰণালী হ’ব আৰু '''S’''' প্ৰণালীটোত বিন্দুসম বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ প্ৰকাশৰাশি হ’ব