নীলপৱন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''নীলপৱন বৰুৱা''' (জ. ১ জুন, ১৯৩৬) অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল...
 
10 নং শাৰী:
১৯৭১ চনত অসমলৈ উভতি আহি 'Assam fine arts & Craft Society,Guwahati' প্ৰতিষ্ঠা কৰে, লগতে 'বসুন্ধৰা কলা নিকেতন' নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ
চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰেপৰা বৰুৱাই চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি আহিছে।
 
<!---
নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ 'বিৰলা একাডমি অফ্‌ আৰ্ট এণ্ড কালচাৰ, কলিকতা', 'লক্ষ্ণৌ ললিত কলা একাডেমি', ভূৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে। তেখেতৰ অংকতি ছবিয়ে 'ললিত কলা একাডেমি, দিল্লী'-ত অসমক প্ৰতিনিধিত্ব কৰিছে।
He was the founder of Assam fine Arts & Craft Society, Guwahati (1971) and also Basundhara Kala Niketan,(1971) the first private Art Institute of Guwahti. For last four decades he has been persistently engaged in art creations exhibiting at several places in Assam and India. With his rich and diverse experiences of art training at Shanti Niketan, Garhi Studio, New Delhi and other places he has exhibited at different places in India like the Birla Academi of Art & Culture, kolkata, Lucknow Lalit Kala Akademi, Bhubenswar etc. Neel Pawan Baruah has produced a huge amount of art work of high quality and refinement. He completed 2000 Drawings and 2000 Paintings in 2000, a rare feat for an artist of Assam. He has also contributed to the promotion and preservation of the folk art and craft of Assam. He organized a three months workshop on Folk Art of Assam and the first phase of the Vaishanava- masks , with the mask makers of Majuli in 1982. He also attempted to revive the art of Vrindavani Bastra, the famous textile painting associated with the great Vaishnavite Saint Srimanta Sankardeva of mediaeval Assam. He had represented Assam at Lalit Kala Academy, New Delhi and has also written three books namely Anya Ek goti(A collection), Basundhara-I and Basundhara-II.
 
--->
১৯৮২ চনত বৰুৱাই অসমৰ লোক-কলা আৰু বৈষ্ণৱ [[মুখা শিল্প]]ৰ ওপৰত তিনিমহীয়া কাৰ্যশালা অনুষ্ঠিত কৰে। মুখা শিল্পৰ কাৰ্যশালাত মাজুলীৰ মুখা-শিল্পীয়ে অংশগ্ৰহন কৰিছিল। বৰুৱাই [[বৃন্দাৱনী বস্ত্ৰ]]ৰ বয়ন শিল্পক পুণৰ-জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল।
 
===চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত অংকিত চিত্ৰ===
নীলপৱন বৰুৱাই 'চাৰমিনাৰ' চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এক বিশেষ শৈলীৰ সৃষ্টি কৰিছে। নীলপৱন বৰুৱাই উল্লেখ কৰা অনুসৰি ষাঠী আৰু সত্তৰৰ দশকতে তেখেতে চিগাৰেটৰ বাকচত ছবি অঁকা আৰম্ভ কৰিছিল কাৰণ সেই সময়ত তেখেতে প্ৰচূৰ ধূমপান কৰিছিল।<ref>http://articles.timesofindia.indiatimes.com/2012-01-06/guwahati/30597485_1_paintings-cigarette-packs-art-collectors</ref>
 
==ব্যক্তিগত জীৱন==
 
==ৰছিত গ্ৰন্থ==
*অন্য এক গতি (সংকলন)
* বসুন্ধৰা-১
*বসুন্ধৰা-২
 
==তথ্য উৎস==
{{reflist}}
*http://www.rukshaanart.com/?artist=119-Neel%20Pawan%20Barua.html
*http://www.artslant.com/ind/events/show/131548-hieroglyphs
*http://www.oocities.org/bipuljyoti/art/neel.html
 
==তথ্য-উৎস==
http://www.artslant.com/ind/events/show/131548-hieroglyphs