নীলপৱন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
5 নং শাৰী:
 
==শিক্ষা==
১৯৬৬ চনত চিত্ৰকল্পা সম্বন্ধে নীলপৱন বৰুৱাই আনুষ্ঠানিক শিক্ষা লৈছিল [[শান্তি নিকেতন]]-ৰপৰা। শিক্ষাৰ বিষয় আছিল 'পেইণ্টিং আৰু glazed pottery'। পাছলৈ এখেতে [[নতুন দিল্লী]]ৰ 'গাৰ্হি ষ্টুডিঅ'তো চিত্ৰাকংণৰ শিক্ষা লৈছিল।<ref name=art />
 
==কৰ্ম জীৱন==
১৯৭১ চনত অসমলৈ উভতি আহি 'Assam fine arts & Craft Society,Guwahati' প্ৰতিষ্ঠা কৰে, লগতে 'বসুন্ধৰা কলা নিকেতন' নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰেপৰা বৰুৱাই চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি আহিছে।
চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰেপৰা বৰুৱাই চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি আহিছে।
 
নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ 'বিৰলা একাডমি অফ্‌ আৰ্ট এণ্ড কালচাৰ, কলিকতা', 'লক্ষ্ণৌ ললিত কলা একাডেমি', ভূৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে। তেখেতৰ অংকতি ছবিয়ে 'ললিত কলা একাডেমি, দিল্লী'-ত অসমক প্ৰতিনিধিত্ব কৰিছে।
Line 19 ⟶ 18:
 
==ব্যক্তিগত জীৱন==
অসমৰ খ্যাতনামা কণ্ঠশিল্পী আৰু 'Nightingale of Assam' ৰূপে জনাজাত [[দীপালী বৰঠাকুৰ]] নীলপৱন বৰুৱাৰ সহধৰ্মিনী। জনপ্ৰিয় কণ্ঠশিল্পী দীপালী বৰঠাকুৰে '[[মটৰ-নিউৰণ ৰোগ]'ত আক্ৰান্ত হৈ গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো 'হুইল চকী'ৰ আশ্ৰয় ল'বলগীয়া হৈছিল। এনে অৱস্থাতে নীলপৱন বৰুৱাই ১৯৭৬ চনত দীপালী বৰঠাকুৰৰ লগত বিবাহ-পাশত আৱদ্ধ হয়। বিয়াৰ পাছত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছে।<ref name=art>http://www.artslant.com/ind/events/show/131548-hieroglyphs</ref>
 
==ৰছিত গ্ৰন্থ==