সোণাৰি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.2) (ৰবট যোগ দিছে :en:Sonari
No edit summary
22 নং শাৰী:
footnotes = |
}}
'''সোণাৰি''' ({{Lang-en|Sonari}}; {{Lang-bn|সোণারি}}; {{Lang-hi|सोणारि}}) অসমৰ[[অসম]]ৰ [[শিৱসাগৰ জিলাৰজিলা]]ৰ অন্তৰ্গত, চাহ বাগানেৰে পৰিৱেষ্টিত এখন সৰু নগৰ আৰু চৰাইদেউ মহকুমাৰ সদৰ। ৱাৰ্ডৰ সংখ্যা ১৩ টা।
==ভৌগোলিক বিৱৰণ==
সোণাৰি নগৰ ২৭.০৭° উত্তৰ অক্ষাংশ আৰু ৯৫.০৩° পূব দ্ৰাঘিমাংশত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ৯৬ মিটাৰ (৩১৮ ফুট)।<ref>{{cite web | url=www.fallingrain.com/world/IN/3/Sonari.html | title=সোণাৰি নগৰৰ ভৌগোলিক অৱস্থান | accessdate=February 02, 2012}}</ref> নগৰখনৰ পশ্চিম-দক্ষিণ দিশেৰে টাউকাক নৈ বৈ গৈছে, যিখন গৈ দিচাং নৈত পৰিছে। নগৰৰ মাজেৰে পাৰ হৈ গৈছে ঐতিহাসিক [[ধোদৰ আলি]]। আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত [[পাইক প্ৰথা]] বুলি এটা ব্যৱস্থা আছিল। এই পাইকৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ বহুতো লোকে ভকতৰ বেশে সত্ৰসমূহত থানিকা পাতিছিল আৰু বিনা পৰিশ্ৰমে জীৱন-নিৰ্বাহ কৰিছিল। স্বৰ্গদেউ গদাধৰ সিংহই এই ভণ্ড ভকত বা ধোদবোৰক ধৰি আনি এটা আলি সাজিবলৈ লগাই দিছিল। এই আলিটোকে বোলা হৈছিল ধোদৰ আলি। আন এটা ঐতিহাসিক আলি 'নাহৰ আলি' সোণাৰি নগৰত ধোদৰ আলিৰ সৈতে সংযক্ত হৈছে।
 
==নামৰ উৎপত্তি==
==জন-গাঁথনি==
২০১১ চনৰ লোকপিয়ল অনুসৰি সোণাৰি নগৰৰ জনসংখ্যা ১৯,৬৭৩ জন। <ref>{{cite web | url=http://www.tiptopglobe.com/city?n=Sonari&p=19673#lat=11.09217&lon=78.92578&zoom=4 | title=সোণাৰি নগৰৰ জনসংখ্যা (লোকপিয়ল২০১১) | accessdate=February 02, 2012}}</ref>
অধিবাসীসকলৰ গৰিষ্ঠ সংখ্যক হিন্দু ধৰ্মীয় অসমীয়াভাষী। যথেষ্ঠ সংখ্যক বাঙালী, হিন্দীভাষী, মাৰোৱাৰী, পাঞ্জাৱী আদি লোকেও নগৰখনত বসবাস কৰি আছে।
==যাতায়ত==
 
==অনুষ্ঠান-প্ৰতিষ্ঠান==
==উল্লেখযোগ্য ব্যক্তিত্ব==
"https://as.wikipedia.org/wiki/সোণাৰি"ৰ পৰা অনা হৈছে