দিনপঞ্জী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
15 নং শাৰী:
পূৰ্ণ কেলেণ্ডাৰ সমূহত প্ৰতিটো দিনৰ বাবে একোটা ভিন্ন তাৰিখ থাকে। সেয়ে সপ্তাহৰ নামকেইটা পূৰ্ণ কেলেণ্ডাৰ পদ্ধতি নহয়। একেদৰে চন অবিহনে অকল তাৰিখ উল্লেখ কৰিলেও সি পূৰ্ণ কেলেণ্ডাৰ পদ্ধতি নহয়। কাৰণ এই দুয়োটাতে একেটা নাম বেলেগ দিনৰ বাবেও আহিব পাৰে।
 
সৰলতম কেলেণ্ডাৰ পদ্ধতি হ'ল কোনো এটা বিশেষ দিনৰপৰা দিনসমূহৰ হিচাপ আৰম্ভ কৰা। [[জ্যোতিৰ্বিজ্ঞান]]ত ব্যৱহৃত [[জুলিয়ান দিন]] এনে এটা বিশেষ দিন। জ্যোতিৰ্বিজ্ঞানৰ 'জুলিয়ান দিন'ৰ পৰা আৰম্ভ কৰি দিনৰ হিচাপ কৰাৰ ব্যৱস্থা আছে। ১২:০০ জানুৱাৰী ১, খ্ৰী.পূ. ৪৭১৩, সোমবাৰৰ দিনটোক 'জুলিয়ান দিন' বুলি কোৱা হয়।<ref>http://quasar.as.utexas.edu/BillInfo/JulianDatesG.html</ref> এনে কেলেণ্ডাৰত যিকোনো দিনক মূল দিনৰ পৰা যোগ বা বিয়োগ কৰি দেখুৱাব পাৰি।
 
প্ৰায়বোৰ কেলেণ্ডাৰ পদ্ধতিতে দিনতকৈ 'ডাঙৰ' এটা বা বেছি 'সময়ৰ একক' (পৰ্যায়) ধৰা হয়।
<!--
 
এটা পৰ্যায় থকা কেলেণ্ডাৰঃ
*সপ্তাহ আৰু সপ্তাহৰ দিনঃ প্ৰতিটো দিনকেই বাৰ আৰু সপ্তাহৰ নামেৰে সূচোৱা হয়। সাধাৰণতে ব্যৱহাৰ কৰা নহয়।
*বছৰ আৰু বছৰৰ ভিতৰৰ একোটা দিন।
 
<!--
The simplest calendar system just counts time periods from a reference date. This applies for the [[Julian day]]. Virtually the only possible variation is using a different reference date, in particular one less distant in the past to make the numbers smaller. Computations in these systems are just a matter of addition and subtraction.
 
Other calendars have one (or multiple) larger units of time.
 
Calendars that contain one level of cycles:
"https://as.wikipedia.org/wiki/দিনপঞ্জী"ৰ পৰা অনা হৈছে