দিনপঞ্জী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
40 নং শাৰী:
সপ্তাহৰ বিভাগক প্ৰায়ভাগ আধুনিক কেলেণ্ডাৰ পদ্ধতিতে মানি চলা হয়।
 
===সৌৰ কেলেণ্ডাৰ===
====সৌৰ কেলেণ্ডাৰত একোটা 'দিন'====
সৌৰ কেলেণ্ডাৰত প্ৰতিটো 'দিন' গণনা কৰা হয়, সূৰ্যৰ উঠা-নমাৰ লগত। একোটা দিন সূৰ্য উদয়ৰপৰা আস্ত যোৱালৈ ধৰি, তাৰ পাছট একোটা ৰাতিৰ পাছত আকৌ সূৰ্য উঠাৰ পাছত পাছৰ 'দিন'টো গণনা কৰা হয়। কিছুমানত আকৌ দুটা সূৰ্যাস্তৰ মাজৰ সময়খিনিক একোটা দিন বুলি ধৰা হয়। আৰম্ভণি আৰু শেষ পৰিঘটনাৰ সংজ্ঞাৰ লগত বছৰৰ বেলেগ বেলেগ দিনত বেলেগ বেলেগ সময় থাকিব পাৰে। কিছুমান কেলেণ্ডাৰ পদ্ধতিত 'গড় সৌৰ দিন' একোটা হিচাপ কৰা হয়।
 
====কেলেণ্ডাৰ সংস্কাৰ====
সাধাৰণতে ব্যৱহৃত কেলেণ্ডাৰৰ সংস্কাৰ সাধন কৰি [[বিশ্ব কেলেণ্ডাৰ]], [[আন্তৰ্জাতিক কেলেণ্ডাৰ]], [[হোলোচিন কেলেণ্ডাৰ]] আদি ব্যৱহাৰ কৰাৰ প্ৰয়াকে কেলেণ্ডাৰ সংস্কাৰ বুলি জনা যায়। ১৯৫০-ৰ সময়ত [[বিশ্ব সংঘ]]ই এনে সংশোধিত কেলেণ্ডাৰ গ্ৰহন কৰাৰ প্ৰস্তাৱ ৰাখে যদিও জনপ্ৰিয়তাৰ অভাৱত এই পদ্ধতিক এৰি দিয়ে।
<!--
 
 
-->
 
==তথ্য উৎস==
"https://as.wikipedia.org/wiki/দিনপঞ্জী"ৰ পৰা অনা হৈছে