দিনপঞ্জী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{cleanup}}
{{পোখালি (সময়)}}
 
[[চিত্ৰ:Hindu calendar 1871-72.jpg|right|250px|thumb|১৮৭১-১৮৭২ খ্ৰিষ্টাব্দৰ সমসাময়িক এটি হিন্দু কেলেণ্ডাৰৰ পৃষ্ঠা]]
 
 
'''কেলেণ্ডাৰ''' হৈছে [[সময়|সময়চক্ৰ]]ৰ হিচাব ৰখাৰ বাবে ব্যৱহৃত এক পদ্ধতি। এনে পদ্ধতিত [[সময়]]ক সাধাৰণতে [[দিন]], [[সপ্তাহ]], [[মাহ]], আৰু [[বছৰ]]ত ভাগ কৰা হয়। প্ৰতিতো দিনক দিয়া নামক [[তাৰিখ]] বুলি জনা যায়। সাধাৰণতে সূৰ্য বা চন্দ্ৰৰ পৰিভ্ৰমণ কালৰ লগত সংগতি ৰাখি কেলেণ্ডাৰত সময়ৰ হিচাপ কৰা হয় (মাহ, বছৰ আদি), অৱশ্যে সেইটো চব কেলেণ্ডাৰতে মানি চলা নহ'বও পাৰে। বিভিন্ন সভ্যতা আৰু সমাজে নিজাকৈ সাজি লোৱা কেলেণ্ডাৰ ব্যৱহাৰ কৰে।
 
"https://as.wikipedia.org/wiki/দিনপঞ্জী"ৰ পৰা অনা হৈছে