অণু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ | -> । |
অNo edit summary |
||
2 নং শাৰী:
[[File:Atisane3.png|thumb|400px|[[ত্ৰিমাত্ৰিক]] (বাওঁ ফালে আৰু মাজত) আৰু [[দ্বিমাত্ৰিক]] (সোঁফালে) ৰূপত [[টাৰপিনয়ড]] অণু]]
অণু হৈছে বৈদ্যুতিক ভাবে উদাসীন আৰু [[আয়নিক বান্ধনী|আয়নিক]] আৰু [[সহযোজী বান্ধনী| সহযোজী ৰাসায়নিক বান্ধনী]]ৰে
গেছৰ [[গতি বিজ্ঞান]]ত অণু শব্দটো প্ৰায়েই যিকোনো গেছীয় কণাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই মতে [[সম্ভ্ৰান্ত গেছ]]ৰ পৰমাণু সমূহ একক আৰু কোনো বান্ধনীৰ দ্বাৰা বান্ধ খায় নথকাৰ পাছতো ইহঁতক অণু বুলি ধৰা হয়।
|