ছাৰা বাৰ্নহাৰ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
No edit summary
13 নং শাৰী:
 
 
'''ছাৰা বাৰ্নহাৰ্ট (Sarah Bernhardt)''' (২২ অক্টোবৰ ১৮৪৪ — ২৬ মাৰ্চ ১৯২৩) আছিল এগৰাকী [[ফৰাছী]] মঞ্চ আৰু আৰু প্ৰথম অৱস্থাৰ চলচিত্ৰৰ অভিনেত্ৰী। এখেতক 'জগতৰ আটাইতকৈ বিখ্যাত অভিনেত্ৰী' (the most famous actress the world has ever known).<ref name="gottlieb">{{cite web|url=http://www.nybooks.com/articles/20151|title=The Drama of Sarah Bernhardt|author=Gottlieb, Robert|accessdate=2007-10-18}}</ref> ১৮৭০ চনত বাৰ্নহাৰ্টে ফ্ৰান্সৰ মঞ্চত অভিনয় আৰম্ভ কৰে, পাছলৈ সমগ্ৰ [[ইউৰোপ]]ৰ মঞ্চত অভিনয় কৰাৰ উপৰিও [[আমেৰিকা]] মহাদেশতো অভিনয় কৰে। [[ট্ৰেজেদী]] চৰিত্ৰত তেখেতৰ অভিনয়ক এক 'ভগৱানৰ অৱদান' বুলি জ্ঞান কৰি সৰ্বসাধাৰণে তেখেতক 'স্বৰ্গীয় ছাৰা' (Divine Sarah) নাম দি লয়। তেওঁৰ অভিনয়ৰ ধাৰা অতি নাটকীয় হ'লেও জনপ্ৰিয়তাই তেখেতক জীৱিত কালতে এক কিংবদন্তীত পৰিণত কৰিছিল।<ref>'Sarah Bernhardt', A Lucky Luke Comics, Backpage info.</ref>
 
==তথ্যসূত্ৰ==