আলোক তন্তু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :af, ar, bg, bn, bs, ca, ckb, cs, da, de, el, eo, es, eu, fa, fi, fr, gl, he, hi, hr, hu, id, it, ja, ka, kk, kn, ko, lv, mk, ml, mr, ms, ne, nl, nn, no, pl, pt, ro, ru, scn, si, simple, sk, sl, sq, sr, su...
| -> ।
1 নং শাৰী:
[[Image:fibreoptic.jpg|thumb|right|আলোক তন্তুৰ মুঠা]]
[[Image:Fiber optic illuminated.jpg|thumb|এডাল TOSLINKৰ শ্ৰাব্য তৰংগ পৰিবাহী আলোক তন্তু]]
আলোক তন্তু বা আলোক আঁহ হৈছে, বিশুদ্ধ কাঁচ([[চিলিকা]]) ৰে নিৰ্মিত মানুহৰ চুলিৰ দৰে পাতল, নমনীয়, লেহুকা আৰু স্বচ্ছ আঁহ | আলোক তন্তুৰ মূখ্য কাম হৈছে পোহৰ বা আন তৰংগৰ পৰিবহন, আলোক তন্তুক এবিধ অতি পাৰদৰ্শী তৰংগ বাহক (ৱেভ গাইড) হিচাপে ব্যৱহাৰ কৰিব পৰা যায় | <ref>[http://books.google.com/books?id=k83sN7SJLVgC&pg=PA34&dq=optical+fiber+glass+human+hair&hl=en&ei=Op3OTdSCFpDVgAehqeXCDA&sa=X&oi=book_result&ct=result&resnum=6&ved=0CHkQ6AEwBQ#v=onepage&q=optical%20fiber%20glass%20human%20hair&f=false K. Thyagarajan, Ajoy K. Ghatak, Fiber Optic Essentials, পৃষ্ঠা 34]</ref> আলোক তন্তুৰ লগত জড়িত [[প্ৰায়োগিক বিজ্ঞান]] আৰু [[আভিযান্ত্ৰিক বিজ্ঞান]]ৰ শাখাটোক "তন্তু পোহৰবিজ্ঞান" বোলা হয় | মূলতঃ তন্তু পোহৰবিজ্ঞানত যোগাযোগ মাধ্যম হিচাপে ইয়াৰ ব্যৱহাৰ হয়, ইয়াৰ যোগেদি অধিক দূৰলৈ অধিক প্ৰস্থৰ তথ্যৰ পতি (Bandwidth) (অধিক হাৰ তথ্য পৰিবহন) পঠিয়াব পাৰি | ধাতৱীয় তাঁৰৰ বিকল্প হিচাপে আলোক তন্তুৰ ব্যৱহাৰ কৰা হয়, ই যোগাযোগ ব্যৱস্থাত তথ্যৰ গুণগত মান হ্ৰাস হোৱা ৰোধ কৰে আৰু তথ্যক [[বিদ্যুত চুম্বকীয় সমাৰোপন]]ৰ পৰা ৰক্ষা কৰে | তাৰোপৰি আলোক তন্তুক কোনো বিশেষ বস্তুক পোহৰোৱা কাৰ্য আৰু চিত্ৰ পৰিবহনৰ মাধ্যম হিচাপেও ব্যৱহাৰ কৰা হয়, আন ব্যৱহাৰ সমূহ হৈছে - চেঞ্চৰ, [[তন্তু লেজাৰ]] ইত্যাদি |
[[Image:498px-Optical-fibre-junction-box.jpg|thumb|right|আলোক তন্তু জংচন বাকচ, : ৫০/১২৫ µm OM2 আৰু ৫০/১২৫ µm OM3 তন্তু]]