চাৰ্লি চেপলিন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.6.4) (ৰবট যোগ দিছে :ku:Charlie Chaplin
ত্ZWJ -> ৎ
22 নং শাৰী:
চাৰ্লি চেপলিন অবাক চলচ্চিত্ৰ যুগৰ এজন লেখত ল’বলগীয়া সৃষ্টিশীল আৰু প্ৰভাৱশালী ব্যক্তি আছিল | তেওঁৰ পূৰ্বসৰী [[ফ্ৰান্স]]ৰ হাস্য অভিনেতা [[মেক্স লিণ্ডাৰ]] (Max Linder) তেওঁক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল যাক তেওঁ নিজৰ এখন ছবিও উচৰ্গা কৰিছিল <ref>{{cite book|last=Kelly|first=Shawna|title=Aviators in Early Hollywood|accessdate=21 June 2010|edition=illustrated|year=2008|publisher=Arcadia Publishing|location=Mount Pleasant, SC|isbn=978-0-7385-5902-5|page=16}}</ref> | ইংলেণ্ডৰ [[ভিক্ট’ৰিয়া যুগ]]ৰ মঞ্চ আৰু সংগীত ঘৰত শিশু গায়ক,অভিনেতা হিছাপে প্ৰদৰ্শন কৰাৰে পৰা মনোৰঞ্জনৰ জগতত তেওঁ মৃত্যু পৰ্য্যন্ত প্ৰায় ৭৫ বছৰ কাল কটাইছিল | তেওঁৰ সামাজিক আৰু ব্যক্তিগত জীৱনো বিতৰ্কৰ উৰ্দ্ধত নাছিল | [[বাওঁপন্থী]] মনোভাৱৰ বাবে [[মেককাৰ্থী যুগ]](McCarthy era)ত ১৯৫০ চনৰ প্ৰথম ভাগৰে পৰা তেওঁ পুনৰ ইউৰোপত বসবাস কৰিবলৈ লয় |
 
১৯৯৯ চনত [[আমেৰিকা চলচ্চিত্ৰ প্ৰতিষ্ঠান]]এ( American Film Institute) চাৰ্লি চেপলিনক সৰ্বকালৰ দশম শ্ৰেষ্ঠ চলচ্চিত্ৰ অভিনেতা হিছাপে অভিহিত কৰে <ref>{{cite web|url=http://www.afi.com/tvevents/100years/stars.aspx|archiveurl=http://web.archive.org/web/20080822055357/http://www.afi.com/tvevents/100years/stars.aspx|archivedate=22 August 2008|title=AFI's 100 YEARS...100 STARS|date=Wed, 16 June 1999|publisher=American Film Institute|accessdate=4 June 2010}}</ref> | ২০০৮ চনত মাৰ্টিন চেফে [[Chaplin: A Life]] গ্ৰন্থৰ সমালোচনা কৰিবলৈ গৈ লিখে যে-"চেপলিন কেৱল ‘ডাঙৰেই’ নাছিল, তেওঁ ‘বৃহত্‍’‘বৃহৎ’ আছিল | ১৯১৫ চনত যুদ্ধবিধ্বস্ত পৃথিৱীত প্ৰৱেশ কৰি তেওঁ আমাক হাস্যৰস, হাঁহি আৰু স্বস্তিৰ উশাহ ল’বলৈ দিছিল | ইয়াৰ পিছৰ ২৫ বছৰ নিৰাশাৰ সময়্ত আৰু আল্ডফ হিটলাৰৰ অভ্যুথানৰ সময়তো তেওঁ নিজৰ কাম কৰি গৈছিল | আন কোনো ব্যক্তিয়ে যে সাধাৰণ ৰাইজক তেওঁলোকৰ সকলোতকৈ প্ৰয়োজনীয় সময়ত ইমান মনোৰঞ্জন, সুখ আৰু স্বস্তি দিছে তাত সন্দেহ আছে |""<ref name=Sieff>Sieff, Martin.[http://washingtontimes.com/news/2008/dec/21/his-gift-of-comedy-for-a-weary-world/ ''Washington Times -Books''] 21 December 2008</ref> [[জৰ্জ বাৰ্নাড শ্ব’]]ই চেপলিনক "চলচ্চিত্ৰ উদ্যোগৰ একমাত্ৰ জিনিয়াছ" আখ্যা দিছিল <ref>{{cite news|url=http://www.independent.co.uk/news/people/news/the-big-question-does-charlie-chaplin-merit-a-museum-in-his-honour-and-what-is-his-legacy-1826871.html |title=The Big Question: Does Charlie Chaplin merit a museum in his honour, and what is his legacy? – News, People |work=The Independent |location=UK | |date= 25 November 2009|accessdate=21 April 2010 | first=John | last=Walsh|archiveurl = http://www.webcitation.org/5uKhVAkON |archivedate = 18 November 2010|deadurl=no}}</ref> |
 
==জীৱনী==
30 নং শাৰী:
সৰুকালত চাৰ্লিয়ে মাকৰ লগত লাম্বাথৰ কেনিংটন ৰ’ডৰ ওচৰে-পাজৰে ৩ পাউনেল টেৰেচ, চেষ্টাৰ স্ত্ৰিট, ৩৯ মেথলী স্ত্ৰিট আদি বিভিন্ন ঠাইত থাকিবলগা হৈছিল | তেওঁৰ পিতৃবংশ গুৰি আছিল [[ৰোমানিয়া]]ৰ স্মিথ পৰিয়াল <ref>{{cite book|last=Hancock, F.|first=Ian|authorlink=Ian Hancock|title=We are the Romani People|publisher=University of Hertfordshire Press|location=Hatfield|year=2002|pages=129–130|isbn=978-1-902806-19-8|url=http://books.google.co.uk/books?id=MG0ahVw-kdwC&lpg=PA129&ots=PiTKUOos0d&dq=Charlie%20Chaplin%20Romani&pg=PA129#v=onepage&q=&f=false}}</ref> | জেষ্ঠ্য চাৰ্লছ চেপলিন এজন মদপী আছিল আৰু পুতেকহঁতৰ লগত তেওঁৰ কোনো সংযোগ নাছিল, কিন্তু চাৰ্লি আৰু চিডনীয়ে মাক মানসিক ৰোগত আক্ৰান্ত হওঁতে তেওঁৰ লগতো ২৮৭ কেনিংটন ৰ’ডত কিছুকাল কটাইছিল <ref>{{cite book|last=Vance|first=Jeffrey|title=Chaplin: genius of the cinema|edition=illustrated|date=2 October 2003|publisher=Harry N. Abrams|location= New York|isbn=978-0-8109-4532-6|page=23}}</ref><ref>{{cite book|last=Robinson|first=David|title=Chaplin: his life and art|edition=revised|date=21 August 1994|publisher=Da Capo Press|location=New York|isbn=978-0-306-80600-1|page=26}}</ref>| আৰ্কবিচপ টেম্পল বয়জ স্কুলত ল’ৰাহঁতে শিক্ষা লাভ কৰে | চাৰ্লিৰ বয়স বাৰ হওঁতে ১৯০১ চনত দেউতাকৰ [[চিৰ’চিচ]] ৰোগত মৃত্যু হয় <ref>{{cite book|last=Robinson|first=David|title=Chaplin: his life and art|edition=revised|date=21 August 1994|publisher=Da Capo Press|location=New York|isbn=978-0-306-80600-1|page=36}}</ref> | ১৯০১ চনৰ লোকপিয়লৰ মতে চাৰ্লি চেপলিনে ৱিলিয়াম জেকছনৰ দ্বাৰা পৰিচালিত<ref>Eric L. Flom, {{cite book |url=http://books.google.co.uk/books?id=R9NuChpopoAC&pg=PA6&dq=The+Eight+Lancashire+Lads&as_brr=3&client=firefox-a&cd=1#v=onepage&q=The%20Eight%20Lancashire%20Lads&f=false |title=''Chaplin in the sound era: an analysis of the seven talkies'', page 6 |publisher=McFarland, 1997|ISBN=978-0-7864-0325-7 |accessdate=15 February 2010 }}</ref> ল’ৰাৰ নৃত্য দল [[দা এইট লাংকাশ্বায়াৰ লেড্‌ছ]]ৰ অংশ হিছাপে ৯৪ ফাৰ্নডেল ৰ’ড, লাম্বাথত বসবাস কৰিছিল <ref>{{cite web |url=http://www.charliechaplininmusichall.com/photopages.html |title=PHOTO PAGES from CHAPLIN STAGE BY STAGE |publisher=www.charliechaplininmusichall.com |accessdate=15 February 2010 |archiveurl = http://www.webcitation.org/5uKhYH2OP |archivedate = 18 November 2010|deadurl=no}}</ref>|
 
[[শ্বাসনলী]]ৰ ৰোগে হান্ন চেপলিনৰ গায়িকা জীৱনৰ অন্ত পেলায় <ref name="Goncalves">{{cite book|last=Goncalves|first=Regina|title=Einstein, Picasso, Agatha and Chaplin|accessdate=21 June 2010|year=2008|publisher=Lulu.com|location=Raleigh, NC|isbn=978-1-4092-1566-0|page=226}}</ref>| কেন হিল মানসিক চিকিত্‍সালয়তচিকিৎসালয়ত তেওঁক পুনৰবাৰ ভৰ্ত্তি কৰিব লগা হোৱাৰ হোৱাৰ পিছত পুতেক অকলশৰীয়া হৈ পৰে আৰু কিছুদিন পিছত চাৰ্লিয়ে দুখীয়াৰ বাবে [[হানৱেল]]ত থকা [[চেণ্ট্ৰেল লণ্ডন ডিছট্ৰিক্ট স্কুল]](Central London District School)ত নাম লগায় |
 
১৯০৩ চনত চাৰ্লিয়ে [[ৱিলিয়াম জিলেট]]এ লিখা আৰু হেৰী আৰ্থাৰ ছেইণ্টবাৰী]] অভিনিত "শ্বাৰ্লক হ’মছ্‌" চলচ্চিত্ৰত "বিলী" নামৰ সৰু চৰিত্ৰ এটা কৰিবলৈ সুযোগ পায় | ছেইণ্টবাৰীৰ পৰাই চাৰ্লি চেপলিনে অভিনয়ৰ খুঁটি-নাতি শিকে | ১৯০৫ চনত জিলেটে [[মেৰী ড’ৰ’]]ৰ লগত ইংলেণ্ডত তেওঁৰ নতুন নাটক "ক্লেৰিছ মঞ্চস্থ কৰে | ইয়াৰ ব্যৱসায় বেয়া হোৱাৰ পিছত জিলেটে ব্ৰিটিছ প্ৰেছক ব্যংগ কৰিবলৈ একাংক নাট "দা পেইনফুল প্ৰেডিকামেণ্ট অৱ শ্বাৰ্লক হ’মছ্‌"(The Painful Predicament of Sherlock Holmes) মঞ্চস্থ কৰোঁতে চাৰ্লিকো বিলীৰ চৰিত্ৰত অভিনয় কৰিবলৈ দিয়ে | ২ ডিচেম্বৰত প্ৰযোজনা শেষ হোৱালৈকে চাৰ্লিয়ে বিলী হিছাপেই তাত থাকে | এই সময়ছোৱাতে জিলেটে চাৰ্লিক নিয়ন্ত্ৰিত অভিনয়ৰ কলা-কৌশল শিকায় | ইতিমধ্য চেঙেলীয়া চাৰ্লি ড’ৰ’ৰ প্ৰেমত পৰে কিন্তু তেওঁৰ প্ৰেম অসম্পূৰ্ণ হৈ ৰয় আৰু প্ৰযোজনা শেষ হোৱাৰ পিছত ড’ৰ’ জিলেটৰ লগত আমেৰিকালৈ ঘূৰি যায় <ref>Robinson, David, ''Chaplin, His Life and Art'' (Da Capo Press, 1994), p. 60.</ref> |