প্ৰসংগ প্ৰণালী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
added Category:প্ৰসংগ প্ৰণালী using HotCat |
added Category:আপেক্ষিকতাবাদ using HotCat |
||
2 নং শাৰী:
[[Category:পদাৰ্থ বিজ্ঞান]]
[[শ্ৰেণী:প্ৰসংগ প্ৰণালী]]
[[শ্ৰেণী:আপেক্ষিকতাবাদ]]
অন্য কোনো বস্তু, কোনো নিৰীক্ষক বা কোনো স্থান-কাল স্থানাংক প্ৰণালী(Space-Time Coordinate system)ৰ সাপেক্ষেহে কোনো এটা বস্তুৰ গতি বিধি ব্যাখ্যা কৰিব পাৰি। কোনো গতিশীল বস্তুৰ স্থান, কাল, দিশ ইত্যদি ৰাশি জোখমাখ কৰিবলৈ ব্যৱহাৰ কৰা স্থানাংক প্ৰণালী বা স্থানাংক ব্যৱস্থাকে ‘’’প্ৰসংগ প্ৰণালী’’’ বোলা হয়। কোনো প্ৰসংগ প্ৰণালীত যদি কোনো এটা বস্তুৰ সময় সাপেক্ষে অৱস্থান (বা স্থানাংকৰ) পৰিৱৰ্তন হয় তেন্তে বস্তুটোক গতিশীল বুলি কোৱা হয়।
|