তৰল পদাৰ্থ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

জুলীয়া পদাৰ্থপদাৰ্থৰ জুলীয়া অৱস্থা লৈ স্থানান্তৰিত কৰা হল: বৈজ্ঞানিক প্রবন্ধ
No edit summary
1 নং শাৰী:
[[Image:2006-01-14 Surface waves.jpg|thumb|300px|জুলীয়া পদাৰ্থ পানীত সৃষ্টি হোৱা তৰংগ]]
'''জুলীয়া''' হৈছে [[পদাৰ্থ]]ৰ তিনিবিধ ধ্ৰুপদীধ্রুপদী (classical) অৱস্থাৰ এটা (আন দুটা হৈছে [[কঠিন]] আৰু [[গেছীয়]])। ইয়াৰ নিৰ্দিষ্ট আয়তন থাকিলেও কোনো নিৰ্দিষ্ট আকাৰ নাথাকে। ই ৰাসায়নিক বান্ধনীৰে (chemical bond) সংযুক্ত অণু বা পৰমাণুৰে গঠিত। [[পানী]] পৃথিৱীৰ এক সহজলভ্য জুলীয়া পদাৰ্থ। গেছৰ দৰে জুলীয়া পদাৰ্থয়ো প্ৰবাহীত হ'ব পাৰে আৰু যি পাত্ৰত থোৱা যায় তাৰ আকাৰ ল'ব পাৰে। গেছৰ বিপৰীতে, এটি জুলীয়া পদাৰ্থ পাত্ৰৰ প্ৰতিতো স্থান পূৰণ নকৰে, আৰু এক মোটামুটি ধ্ৰুবক[[ঘনত্ব]] ৰক্ষা কৰি চলে। এই ঘনত্ব গোটা পদাৰ্থৰ দৰে প্রায় একে হ'লেও গেচতকৈ অনেক বেছি। কিছুমান জুলীয়া পদাৰ্থক সংকুচিত কৰিব পৰা যায়, আৰু কিছুমানক কৰিব পৰা নাযায়।{{citation needed}}
কিছুমান জুলীয়া পদাৰ্থক সংকোচিত কৰিব পৰা যায়, আৰু কিছুমানক কৰিব পৰা নাযায়। গেছৰ বিপৰীতে, এটি জুলীয়া পদাৰ্থ পাত্ৰৰ প্ৰতিতো স্থান পূৰণ নকৰে, আৰু এক মোটামুটি ধ্ৰুবক [[ঘনত্ব]] ৰক্ষা কৰি চলে।
 
[[Image:Water drop 001.jpg|thumb|300px|The formation of a spherical [[Drop (liquid)|droplet]] of liquid water minimizes the [[surface area]], which is the natural result of [[surface tension]] in liquids.]]
 
{{Stub}}