ৱেবছাইট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.2) (ৰবট পৰিবৰ্তন কৰিছে: hy:Կայք
No edit summary
1 নং শাৰী:
[[File:Barack Obama White HouseSakori.gov bio 2-17Org-09Assam.jpgpng|thumb|right|240px|[[মাৰ্কিন যুক্তৰাষ্ট্ৰউত্তৰ-পূৰ্বাঞ্চল]]ৰ ৰাষ্ট্ৰপতিছাত্ৰ-ছাত্ৰীয়ে [[বাৰাকচাকৰি]]ৰ অবামা[[বিজ্ঞাপন]]ৰ তথ্য সম্বলিতসন্ধান Whiteকৰিবলৈ Housesakori.govorg নামৰ এটা ৱেবছাইট]]
 
'''ৱেবছাইট''' ({{lang-en|website}})<ref>{{cite web|url=http://www.thefreedictionary.com/Website |title=website - definition of website by the Free Online Dictionary, Thesaurus and Encyclopedia |publisher=Thefreedictionary.com |date= |accessdate=2011-07-02}}</ref> যিকোনো [[ৱেব চাৰ্ভাৰ|ৱেব চাৰ্ভাৰত]] ৰখা [[ৱেব পেজ]], ছবি, সংগীত, চলচ্চিত্ৰ আৰু অনান্য ডিজিটেল তথ্যৰ সমষ্টিকেই বুজাই, যি [[ইণ্টাৰনেট|ইণ্টাৰনেটৰ]] মাধ্যমৰ যোগেদি আহৰণ কৰা হয়। ৱেবছাইট এটা [[ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ]] (URL) নামৰ ঠিকনা (Web Address) এটাৰ সহায়ত যিকোনো কম্পিউটাৰ নেটৱৰ্ক যেনে ইন্টাৰনেট নাইবা ব্যক্তিগত [[লোকেল এৰিয়া নেটৱ'ৰ্ক]] (LAN)-অত উপলব্ধ। ইয়াক কোনো [[ৱেব চাৰ্ভাৰ]]ৰ পৰা হ'ষ্ট কৰা হয় । সাৰ্বজনিন ভাৱে উপলব্ধ সমগ্ৰ ৱেবছাইটবোৰক সমষ্টিগতভাৱে "[[ৱৰ্ল্ড ৱাইড ৱেব]]" বা "বিশ্বব্যাপি জাল" নাম দিয়া হৈছে।
"https://as.wikipedia.org/wiki/ৱেবছাইট"ৰ পৰা অনা হৈছে