তৰল পদাৰ্থ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
1 নং শাৰী:
{{Stub}}
[[Image:2006-01-14 Surface waves.jpg|thumb|300px|জুলীয়া পদাৰ্থ পানীত সৃষ্টি হোৱা তৰংগ]]
'''জুলীয়া''' বা '''তৰল''' হৈছে [[পদাৰ্থ]]ৰ তিনিবিধ ধ্রুপদীধ্ৰুপদী অৱস্থাৰ এটা (আন দুটা হৈছে [[কঠিন পদাৰ্থ|কঠিন]] আৰু [[গেছীয় পদাৰ্থ|গেছীয়]])। ইয়াৰ নিৰ্দিষ্ট আয়তন থাকিলেও কোনো নিৰ্দিষ্ট আকাৰ নাথাকে। ই [[ৰাসায়নিক বান্ধনী]]ৰে সংযুক্ত অণু বা পৰমাণুৰে গঠিত। [[পানী]] পৃথিৱীৰ এক সহজলভ্য জুলীয়া পদাৰ্থ। গেছৰ দৰে জুলীয়া পদাৰ্থও প্ৰবাহীত হ'ব পাৰে আৰু যি পাত্ৰত থোৱা যায় তাৰ আকাৰ ল'ব পাৰে। গেছৰ বিপৰীতে, এটি জুলীয়া পদাৰ্থই পাত্ৰৰ প্ৰতিতো স্থান পূৰণ নকৰে, আৰু এক মোটামুটি ধ্ৰুবক [[ঘনত্ব]] ৰক্ষা কৰি চলে। এই ঘনত্ব গোটা পদাৰ্থৰ দৰে প্রায়প্ৰায় একে হ'লেও গেছতকৈ অনেক বেছি। কিছুমান জুলীয়া পদাৰ্থক সংকুচিত কৰিব পৰা যায়, আৰু কিছুমানক কৰিব পৰা নাযায়।
 
জুলীয়া পদাৰ্থৰ এটা প্ৰধান ধৰ্ম হৈছে [[পৃষ্ঠটান]], ইয়াৰ বাবেই তৰল পদাৰ্থই কঠিন পদাৰ্থক তিয়াব পাৰে।